BUDS Academy Sorbhog Assam 781317

BUDS Academy  Sorbhog Assam 781317 Buds Academy, a Private Co-educational Sr.

Secondary School at Sorbhog, has been successfully imparting education in Pre-Primary, Lower-Primary, Upper-Primary, Secondary and Senior Secondary Level since its inception.

উঃ মাঃ চূড়ান্ত পৰীক্ষাঃ ২০২৬--------------------------------------------সকলো কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন। ছাত্ৰ-ছাত্ৰীসকল...
28/04/2026

উঃ মাঃ চূড়ান্ত পৰীক্ষাঃ ২০২৬
--------------------------------------------
সকলো কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন। ছাত্ৰ-ছাত্ৰীসকললৈ অনাগত সময়ৰ বাবে অলেখ অযুত শুভকামনা। অধ্যনস্পৃহা, অধ্যৱসায়, নিয়মনুৱৰ্তীতা আৰু সজ চৰিত্ৰ তোমালোকৰ সফল জীৱনৰ পাথেয় হওক। সুনাগৰিক হিচাবে সকলোৱে সমাজত প্ৰতিষ্ঠিত হোৱা।

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ ২০২৬--------------------------------------------সকলো কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন। অসমীয়া বিষয়...
10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ ২০২৬
--------------------------------------------
সকলো কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন। অসমীয়া বিষয়ত সৰ্বোচ্চ ১০০ শতাংশ নম্বৰ লাভ কৰা নৱনীতা আৰু মৌশ্ৰীলৈও আন্তৰিক অভিনন্দন।

Don’t let your circumstances hold you back.
আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা ছাত্ৰ-ছাত্ৰীসকললৈ অনাগত সময়ৰ বাবে অলেখ অযুত শুভকামনা। অধ্যনস্পৃহা, অধ্যৱসায়, নিয়মনুৱৰ্তীতা আৰু সজ চৰিত্ৰ তোমালোকৰ সফল জীৱনৰ পাথেয় হওক।

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ ২০২৬--------------------------------------------অসমীয়া বিষয়ত সৰ্বোচ্চ ১০০ শতাংশ নম্বৰ লাভ কৰ...
10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ ২০২৬
--------------------------------------------
অসমীয়া বিষয়ত সৰ্বোচ্চ ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নৱনিতা আৰু মৌশ্ৰীলৈ অভিনন্দন।

A BRIDGE COURSE -in science after Class X strengthens foundational concepts. It fills knowledge gaps, introduces higher-...
07/03/2026

A BRIDGE COURSE -
in science after Class X strengthens foundational concepts. It fills knowledge gaps, introduces higher-level curriculum complexities, builds academic confidence, and helps adapt to intense study methods for competitive exams like NEET or JEE.

Buds Academy offers an intensive bridge course in Physics, Chemistry, Biology, and Mathematics from March 09, 2026 onwards. HSLC Exam-2026 appeared students can join the programme at our institution.

05/03/2026

Holi wishes to all !

Buds Academy, Sorbhog.

Admission Bulletin : Session 2026-27﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊➥Buds PRE-School    Class Ankur/Nursery to UKG/Prak-Prathamik➥Buds A...
07/02/2026

Admission Bulletin : Session 2026-27
﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊﹊
➥Buds PRE-School
Class Ankur/Nursery to UKG/Prak-Prathamik
➥Buds Academy - Assamese Medium School
Class I to IX
➥Buds Academy - English Medium School
Class I to IX

➥Contact No:
9365811603; 9365209371
9864978130; 8134997346

“প্ৰস্তুতি”-২০২৫” : ফলাফল--------------------------------------বাড্‌চ অকাডেমীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা (H.S.L...
27/12/2025

“প্ৰস্তুতি”-২০২৫” : ফলাফল
--------------------------------------
বাড্‌চ অকাডেমীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা (H.S.L.C.)-ৰ প্ৰস্তুতিৰ সহায়ক “প্ৰস্তুতি-২০২৫” শীৰ্ষক প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়।

যোৱা ২ ডিচেম্বৰ, ২০২৫ ইং তাৰিখে বিকল্পধৰ্মী প্ৰশ্ন (MCQ)-ৰ আধাৰত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত অনুষ্ঠিত হোৱা উক্ত পৰীক্ষাত বৰপেটা, বঙাইগাওঁ, চিৰাং আদি জিলাৰ ভালেকেইখন বিদ্যালয়ৰ প্ৰায় আঠ শতাধিক ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ছাত্ৰ-ছাত্ৰী, বিদ্যালয়সমূহৰ প্ৰধান তথা আন শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভাকাঙ্খী সকলোৱে এই মহৎ প্ৰচেষ্টাৰ অংশীদাৰ আৰু কৃতজ্ঞতাৰ পাত্ৰ।

প্ৰস্তুতি-২০২৫ পৰীক্ষাৰ ফলাফল অনুযায়ী প্ৰথম দহটা স্থান লাভ কৰিবলৈ সক্ষম হোৱা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীলৈ অভিনন্দন।

প্ৰথম স্থান :
আদিল আহমেদ (৮৩ নম্বৰ),
কামাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়।

দ্বিতীয় স্থান :
প্ৰীতম প্ৰামাণিক (৭৯ নম্বৰ)
চেইণ্ট মেৰিজ হাইস্কুল, বৰপেটাৰোড।

তৃতীয় স্থান :
হৰ্ষিৎ ৰায় (৭৮ নম্বৰ)
চানফ্লাৱাৰ হাইস্কুল, সৰভোগ।
আৰু
নীতু দাস (৭৮ নম্বৰ)
ব্ৰাইট পইন্ট একাডেমি, মানিকপুৰ।

সবিশেষ ফলাফল তলত দিয়া Link -টোত উপলব্ধ হ'ব।

https://drive.google.com/file/d/1YNc0Y-dFG0Y61IeI2QyuzlKmM9t9JsCI/view?usp=sharing

We are pleased to announce..The 5th All Assam Bhattadev Memorial QUIZ Competition ••••••••••••••••••••••••••••••••••••••...
03/12/2025

We are pleased to announce..

The 5th All Assam
Bhattadev Memorial QUIZ Competition ••••••••••••••••••••••••••••••••••••••••••••••••••

# Date of event: 13 December, 2025
# Venue of event: Buds Academy, Sorbhog
# Open to: Students of Class VII to XII
# Join before: 10 December, 2025
# Reach us on: 9864763527; 9365811603;
8135887728

02/12/2025

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিকাশৰ হেতু বাড্‌চ অকাডেমীৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থসংখ্যক "প্ৰস্তুতি' শীৰ্ষক প্ৰতিযোগিতামূলক পৰীক্ষা বিশেষ ...

https://www.facebook.com/share/v/1ALMQ4e2y7/

Address

Sorbhog
Barpeta
781317

Website

Alerts

Be the first to know and let us send you an email when BUDS Academy Sorbhog Assam 781317 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category