GK Assamese

GK Assamese Welcome to our Educational Page .We provide study Materials For any Government Competitive exam. Than

28/04/2023

✳️ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
ক) মনিৰাম দেৱান
খ) পিয়লি ফুকন
গ) পিয়লি বৰুৱা
ঘ) কনকলতা

উত্তৰ:- ‌ক) মনিৰাম দেৱান

24/04/2023

Q. অসমৰ পুৰণি নাম কি ?

ক) ৰত্নপীঠ
খ) বিদৰ্ভ
গ) কামৰূপ
ঘ) প্ৰাগজ্যোতিষ

উত্তৰ:- ‌ ঘ) প্ৰাগজ্যোতিষ

09/04/2023

📌 আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল ?
ক) চুকাফা
খ) পুৰন্দৰ সিংহ
গ) গদাধৰ সিংহ
ঘ) ৰাজেন্দ্ৰ সিংহ

উত্তৰ:- ‌ খ) পুৰন্দৰ সিংহ

09/04/2023

📌 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
ক) ১৯৬৫
খ)১৯৭৮
গ)১৯৫৭
ঘ) ১৯৮৫

উত্তৰ:- ‌ ঘ) ১৯৮৫

09/04/2023

📌 ভাৰতীয় সংবিধান‌ সভাৰ স্থায়ী সভাপতি কোন আছিল ?
ক) ড০ ভীমৰাও ৰামজী আম্বেদকাৰ
খ) ড০ ৰাজেন্দ্ৰ প্ৰসাদ
গ) ড০ লক্ষ্মনস্বামী মুডালিয়াৰ
ঘ) ড০ ঊমেশ চন্দ্ৰ বেনাৰ্জী

উত্তৰ:- ‌ খ) ড০ ৰাজেন্দ্ৰ প্ৰসাদ

09/04/2023

📌 ভাৰতীয় সংবিধান‌খন কেতিয়া গৃহীত কৰা হৈছিল ?

ক) ১৯৫১
খ)১৯৪৫
গ)১৯৪৭
ঘ)১৯৪৯

উত্তৰ:- ‌ ঘ) ১৯৪৯

08/04/2023

Welcome to our Educational Page .We provide study Materials For any Government Competitive exam. Than

08/04/2023

📌 মহাবীৰৰ আন এটা নাম কি আছিল ?
ক) জিন
খ) কেলভিন
গ) তথাগত
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- ‌ খ) কেলভিন

08/04/2023

📌 কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?
ক) বলবৰ্মন
খ) ভাস্কৰবৰ্মন
গ)পূয্যবৰ্মন
ঘ) সমুদ্ৰবৰ্মন

উত্তৰ:- ‌ গ) পূয্যবৰ্মন

08/04/2023

📌 অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল?
ক) ১৮২৫
খ)১৮২১
গ)১৮৯৬
ঘ)১৮১৭

উত্তৰ:- ‌ ‌ খ) ১৮২১

08/04/2023

📌 ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন কৰা হৈছিল?
ক) ১৯৭৭
খ) ১৯৭৮
গ) ১৯৭৫
ঘ) ১৯৮৫

উত্তৰ:- ‌ ক) ১৯৭৭

07/04/2023

📌 ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল ?

ক) ১৮৮৬
খ) ১৮৮৫
গ) ১৯১৭
ঘ) ১৮৮৪

উত্তৰ:- ১৮৮৫ ।

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when GK Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category