17/05/2026
【】কৃষ্ণগুৰু মহাবিদ্যালয়ৰ উদ্যোগত "একবিংশ শতিকাত দক্ষতা, যুৱশক্তি আৰু উদ্যোগী শিক্ষা" বিষয়ক এখনি আলোচনা চক্ৰ আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ চয়নিকা ডেকা । উল্লেখ্য, ড৹ চয়নিকা ডেকা কৃষ্ণগুৰু মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী।
28/04/2026
উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ শুভেচ্ছা💐
13/04/2026
ADMISSION OPEN 2026-27
Krishnaguru Mahavidyalaya
KRISHNAGURU COLLEGE OF SCIENCE AND TECHNOLOGY
12/04/2026
ADMISSION OPEN 2026-27
Krishnaguru Mahavidyalaya
07/04/2026
শৈক্ষিক খণ্ডত বিগত বছৰৰ অভিজ্ঞতা আৰু বিশেষ স্থান লাভেৰে উত্তীৰ্ণৰ ধাৰা অব্যাহত ৰখা__________
কৃষ্ণগুৰু মহাবিদ্যালয় আৰু কৃষ্ণগুৰু বিজ্ঞান প্রযুক্তিবিদ্যা মহাবিদ্যালয়ৰ_________
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা, বাণিজ্য, বিজ্ঞান বিভাগৰ নামভর্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ||
★আমাৰ বিশেষ সুবিধা সমূহ👇🏻
👉🏻NEET আৰু JEE বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা
👉🏻আর্থিক ভাবে দুর্বল মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা
👉🏻প্রতিযোগিতামূলক পৰীক্ষা আৰু পেছাদাৰী পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা
👉🏻অভিজ্ঞ শিক্ষকৰ দ্বাৰা উন্নত শিক্ষা প্ৰদান
👉🏻ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ সু-ব্যৱস্থা
যোগাযোগ কৰক: ৯৪৩৫৩১০৬৩৯, ৭৬৩৭০৪৬৬৬৭, ৯৪৩৫৭২৬০৬৩, ৯৮৬৪৫৮৪৫৫৭, ৯৩৯৫২১৩৯৮০
26/01/2026
৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰ মুহুৰ্তত মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পতাকা উন্মোচন আৰু গণৰাজ্য দিৱস উদযাপন____
Krishnaguru Mahavidyalaya
18/08/2025
33th FOUNDATION DAY
Krishnaguru Mahavidyalaya
fans