HSLC 2023 পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱা সকলো ছাত্র-ছাত্ৰীলৈ Adept Coching centre, Burikhamar ৰ তৰপৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো। সকলোৱে সফলতা অৱলম্বন কৰা, তাৰেই কামনা কৰিলোঁ।
Best of luck all of Students
ADEPT Coaching Center
Adapt Coaching Center,Burikhamar
08/12/2022
19/08/2022
This MWW Special Collection of 500 paintings presents some of finest achievements of Western Art from 1300 to 1900. Along with its companion gallery on Modern Art, it aims to give the viewer/reader a comprehensive picture of the development of the art of painting from the early Italian Renaissance to the present day.
All the images are accompanied by comments, mostly original, which give detailed background on the artist, work and period in question. You will need to click on "See More" to the right of the full-screen image to read these.
The works are arranged chronological order, with the earliest ones first. This gallery of paintings with their accompanying commentary should be able to function as an online art history text for secondary school and university students who can read English.
The gallery is now complete. Some of the pictures will be included in the new MWW Artwork of the Day gallery. Feel free to download the full-size images to your computer (right-click and save as...). They make good backgrounds and screensavers.
Be sure to check out these other MWW Special Collections (which can be accessed from the MWW Main Page by clicking on "Photos" and then "Albums"):
* Modern Art Gallery
* Sculpture Garden
* Ancient/Medieval Art
* Architect's Studio
* Poster Alley
* Photographic Art Gallery
* Documentary Photo Gallery
* Portrait Photography Gallery
* Non-Western Painting Gallery
* Non-Western Sculpture & Architecture
* Prints & Drawings Room, Classical Division
* Modern Prints & Drawings
* Now Showing -- A Gallery of Classic Movie Posters
* Classic Political Cartoons & Posters
* Great Lit Bits
* The Camera Eye - A Gallery of Classic Photos
* MWW Photos of Today
2022-23 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে অতি দৰকাৰী বিষয়বস্তুটো হল
এইবাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত সমূহ SEBA BOAD য়ে ঘোষণা কৰা মতে হৈ যোৱা প্ৰশ্ন কাকতকৈ বেলেগ হব । প্ৰশ্ন কাকত সমূহ এনে ধৰণৰ হব ।
গনিত বিষয়ত এনেধৰণৰ 4 নম্বৰৰ প্ৰশ্ন থাকিব 2 টা
3 নম্বৰৰ প্ৰশ্ন থাকিব 9 টা
2 নম্বৰৰ প্ৰশ্ন থাকিব 5 টা
1 নম্বৰৰ প্ৰশ্ন থাকিব 45 টা
বিজ্ঞান বিষয়ত এনেধৰনৰ 3 নম্বৰৰ প্ৰশ্ন থাকিব 3 টা
2 নম্বৰৰ প্ৰশ্ন থাকিব 18 টা
1 নম্বৰৰ প্ৰশ্ন থাকিব 45 টা
এনেদৰে মুঠ 6 বিষয়ৰ 4 বিষয়( গনিত,বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান)ত প্ৰশ্ন কাকত সমূহ উল্লেখিত ধৰনৰ হব । গতিকে ছাত্ৰ ছাত্ৰী সকল তোমালোকে নিজৰ নিজৰ পঢ়াৰ শৈলীবোৰ পৰিবৰ্তন কৰিবা । যিহেতু 1 নম্বৰৰ প্ৰশ্ন 45 টা কৈ থাকিব গতিকে প্ৰশ্ন কাকতৰ ধৰনবোৰ আগতকৈ বেলেগ হব ।
এনেধৰণৰ প্ৰশ্ন সমূহ Adept Coaching Center,Burikhamar ৰ দ্বাৰাই প্ৰস্তুতিকৰণ চলি আছে । ছাত্ৰ ছাত্ৰী সকলে যোগাযোগ কৰিলে সবিশেষ জানিবলৈ পাব।
যোগাযোগ
Adept Coaching Center, Burikhamar
Phone-9101782388
17/07/2022
দশম মান শ্ৰেণীৰ গনিতৰ ত্ৰিভুজ পাঠৰ উপপাদ্য 6.1 আৰু 6.2 ৰ সমাধান দিয়া হল
2021-22 বৰ্ষৰ Adept Coaching Center ত পাঠদান কৰা ছাত্ৰ ছাত্ৰী সকলৰ ফলাফল সমূহ হল
1. সাধাৰন গনিতৰ মুঠ ছাত্ৰ ছাত্ৰী 28 জন
লেটাৰ নম্বৰ পায় 11 জন
2. সাধাৰন বিজ্ঞানৰ মুঠ ছাত্ৰ ছাত্ৰী 12 জন
লেটাৰ নম্বৰ পায় 4 জন
3.উচ্চ গনিতৰ মুঠ ছাত্ৰ ছাত্ৰী 5 জন
লেটাৰ নম্বৰ পায় 5 জন সৰ্বমুঠ 45 জন ছাত্ৰ ছাত্ৰী সকলৰ মাজত 3 জনে ডিষ্টিংশ্বন আৰু 28 জনে প্ৰথম বিভাগত উওীৰ্ণ হৈছে তাৰে সাধাৰন গনিত বিষয়ত 2 জনে 100 নম্বৰ আৰু উচ্চ গনিতত 4 জনে 100 নম্বৰ পাবলৈ সক্ষম হয় ।
সকলো ছাত্ৰ ছাত্ৰীলৈ Adept Coaching Center ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ভবিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিলো ।
07/06/2022
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰমৰ ৰাজিবুল আলী,মকিবুল আলী, ৰেজাউল কৰিম ,আৰু আব্দুছ ছাদিতক শিকোৱা উচ্চ গনিত বিষয়ত ১০০ নম্বৰ পালে তাৰ বাবে ছাত্ৰ সকলক অভিনন্দন জ্ঞাপন কৰিলোঁ।
03/06/2022
দশম মান শ্ৰেণীৰ গনিত বিষয়ৰ বাস্তৱ সংখ্যাৰ অনুশীলনৰ 1.1ৰ Q:2ৰ পৰা Q:7 লৈ সমাধান ।
ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সকলোৱে শেয়াৰ কৰিব আৰু পেজটো follow কৰিব।
01/06/2022
মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সুবিধাৰ্থে জনোৱা যায় যে এইটো পেজত নৱম মান আৰু দশম মান শ্ৰেণীৰ গনিত,বিজ্ঞান আৰু উচ্চ গনিতৰ প্ৰতিটো পাঠ্যক্ৰমৰ সমাধানবোৰ লিখা আৰু বিডিওৰ দ্বাৰাই দিয়া হব । আশা কৰো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে উপকাৰ হব । অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই পেজটো সকলোৱে শ্বেয়াৰ কৰিব ।
01/06/2022
মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সুবিধাৰ্থে জনোৱা যায় যে এইটো পেজত নৱম মান আৰু দশম মান শ্ৰেণীৰ গনিত,বিজ্ঞান আৰু উচ্চ গনিতৰ প্ৰতিটো পাঠ্যক্ৰমৰ সমাধানবোৰ লিখা আৰু বিডিওৰ দ্বাৰাই দিয়া হব । আশা কৰো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে উপকাৰ হব । অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই পেজটো সকলোৱে শ্বেয়াৰ কৰিব ।
ADEPT Coaching Center
Adapt Coaching Center,Burikhamar
Click here to claim your Sponsored Listing.
Location
Category
Address
Barpeta