27/11/2025
কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন পি এছ (NPS) কৰ্মচাৰী ইউনিটে 2025 চনৰ 27 নৱেম্বৰত এদিনীয়া কৰ্মবিৰতি পালন কৰে । এই কৰ্মবিৰতিৰ দাবী হৈছে "পুৰণি পেঞ্চন আঁচনি (OPS) পুনৰ প্ৰৱৰ্তন কৰা আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি (NPS) বাতিল কৰা" ।
It was established in the year 1953. The school has more than 1500+ students. It has Science, Arts & Commerce stream for Classes XI and XII.
Barpeta
781352
Be the first to know and let us send you an email when Kayakuchi H.S. School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.