CSC Bal Vidyalaya, Sarthebari

CSC Bal Vidyalaya, Sarthebari চি এছ চি বাল বিদ্যালয় হৈছে তথ্য প্ৰযুক্তিবিদ্যা সংযোজিত প্ৰাক প্ৰাথমিক শিক্ষাৰ এটি অনুষ্ঠান ।

19/09/2026
“সুৰ হৈ জীয়াই থকা এজন শিল্পীৰ স্মৃতিত—আজিৰ এই দিনটো।”এগছি অক্ষয় বন্তি হৈ তুমি আমাৰ জাতিৰ আকাশত সদায় উজ্জ্বলি থাকিবা।ত...
19/09/2026

“সুৰ হৈ জীয়াই থকা এজন শিল্পীৰ স্মৃতিত—আজিৰ এই দিনটো।”

এগছি অক্ষয় বন্তি হৈ তুমি আমাৰ জাতিৰ আকাশত সদায় উজ্জ্বলি থাকিবা।
তোমাৰ কণ্ঠৰ সুৰত, তোমাৰ সৃষ্টিৰ মাজত, তুমি সদায় আমাৰ হৃদয়ত জীয়াই থাকিবা।
সময় বাগৰি যাব, প্ৰজন্ম সলনি হ’ব, কিন্তু তোমাৰ সুৰৰ মাদকতা কেতিয়াও ম্লান নহ’ব।
প্ৰিয় জুবিন দা, তোমাৰ স্মৃতিলৈ সশ্ৰদ্ধ প্ৰণাম। 🕯️🙏

Learning is a game at CSC Tiny Tech! 🚀 Today, our little techie explored new concepts through hands-on, playful activiti...
14/09/2026

Learning is a game at CSC Tiny Tech! 🚀 Today, our little techie explored new concepts through hands-on, playful activities. ✨

🌺🪷💐 আজি শিক্ষক দিৱসৰ এই সুন্দৰ অনুষ্ঠানটো সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ ...
05/09/2026

🌺🪷💐 আজি শিক্ষক দিৱসৰ এই সুন্দৰ অনুষ্ঠানটো সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যি মৰম, সন্মান আৰু আন্তৰিকতাৰে শিক্ষকসকলক সন্মান জনালে, তাৰ বাবে আমি অতি আনন্দিত আৰু কৃতজ্ঞ।

এই অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী আৰু অভিভাভিকা/ অভিভাৱকক তেওঁলোকৰ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ।

শেষত, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে জীৱনত সফলতা লাভ কৰি বিদ্যালয়ৰ নাম উজ্জ্বল কৰক—এয়াই আমাৰ কামনা 🌺🪷💐

🙏 চি এছ চি বাল বিদ্যালয়🙏

🌺🪷 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছাৰে 🪷🌺যেতিয়া জীৱনৰ পথ অন্ধকাৰ হৈ পৰে,তেতিয়া শ্ৰীকৃষ্ণৰ গীতাৰ বাণীয়ে আমাক সঠিক পথ দেখু...
04/09/2026

🌺🪷 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছাৰে 🪷🌺

যেতিয়া জীৱনৰ পথ অন্ধকাৰ হৈ পৰে,
তেতিয়া শ্ৰীকৃষ্ণৰ গীতাৰ বাণীয়ে আমাক সঠিক পথ দেখুৱাওক।

মুৰুলীৰ সুৰে যেন হৃদয়ত শান্তি কঢ়িয়াই আনে,
ভক্তিৰ পোহৰে যেন সকলো দুখ-কষ্ট আঁতৰাই দিয়ে।
নন্দলালৰ আশীৰ্বাদত প্ৰতিটো ঘৰ সুখ, শান্তি, প্ৰেম আৰু সমৃদ্ধিৰে ভৰি পৰক।

💐 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পৱিত্ৰ দিনটোত আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জনালোঁ। 💐

🙏 ৰাধে ৰাধে | জয় শ্ৰীকৃষ্ণ 🙏
🙏 চি এছ চি বাল বিদ্যালয়🙏

ৰাখী বন্ধন উপলক্ষে চি এছ চি বাল বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ লগত শিক্ষক সকলে মিলি ৰাখী বনাই থকাৰ মুহুৰ্ত।।
27/08/2026

ৰাখী বন্ধন উপলক্ষে চি এছ চি বাল বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ লগত শিক্ষক সকলে মিলি ৰাখী বনাই থকাৰ মুহুৰ্ত।।

চি এছ চি বাল বিদ্যালয়ৰ ৮০ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ কেইটামান মুহুৰ্ত। #২০২৬
15/08/2026

চি এছ চি বাল বিদ্যালয়ৰ ৮০ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ কেইটামান মুহুৰ্ত।

#২০২৬

সৰুক্ষেত্ৰী মৌজাৰ সন্মানীয় মৌজাদাৰ হেমন্ত চৌধুৰী দেৱৰ অকাল বিয়োগৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে। তেখেতৰ বিদেহী আত্মাৰ...
01/07/2026

সৰুক্ষেত্ৰী মৌজাৰ সন্মানীয় মৌজাদাৰ হেমন্ত চৌধুৰী দেৱৰ অকাল বিয়োগৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ চি এছ চি বাল বিদ্যালয়ৰ ফালৰ পৰা এগছি চাকি জ্বলাই আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔম শান্তি ।।🪔🪔🪔

21/06/2026

12th International Yoga Day



Address

Sarthebari Medical Road
Barpeta
781307

Alerts

Be the first to know and let us send you an email when CSC Bal Vidyalaya, Sarthebari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to CSC Bal Vidyalaya, Sarthebari:

Shortcuts

Share

Category