Hazrat Abu bakkar siddque Model Academy ,HASMA

Hazrat Abu bakkar siddque Model Academy ,HASMA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hazrat Abu bakkar siddque Model Academy ,HASMA, School, Majgaon-Pota, Barpeta Road, Barpeta Road.

15/08/2026

আজি ৮০ সংখ্যক স্বাধীনতা দিৱসত হাছমা বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ মূহুৰ্তত।



15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে হাছমা বিদ্যালয়ৰ তৰফৰ পৰা অসমবাসীৰ লগতে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।



14/08/2026
03/08/2026

আজি আমাৰ বিদ্যালয়ৰ প্ৰাৰ্থনাৰ মূহুৰ্তত।


01/08/2026

আজি মাজগাওঁ মধ্যপাৰাৰ শ্বাজাহান আলী (আতা) ৰ একমাত্ৰ কন্যাৰ শুভ বিবাহত । সৃষ্টিকৰ্তাই তাইৰ যুগ্ম জীৱন উজ্জ্বল কৰক তাৰেই কামনা কৰিলোঁ।


25/07/2026

শিক্ষাৰ ক্ষেত্ৰত দেউতাকৰ অৱদানতকৈ মাকৰ অৱদান অতুলনীয়। ল'ৰা-ছোৱালীৰ প্ৰকৃত শিক্ষাগুৰু হ'ল মাক । যিবিলাক সন্তানে মাক-দেউতাকৰ কথা নুশুনে সেই ল'ৰা ছোৱালীৰ জীৱন কেতিয়াও উজ্জ্বল নহয়।



25/07/2026

গৰমৰ বন্ধত কোচিং শেষ হোৱাৰ পথত। আজি কোচিং কৰা ছাৰ সকলৰ সৈতে ছাত্ৰ -ছাত্ৰীৰ সকল ।

22/07/2026
20/07/2026

সুজিত চক্ৰবৰ্তী আৰু মই ৰৌমাৰী এম,ই, স্কুলত ১৯৮৬চনৰ পৰা ১৯৮৯ চনলৈ একলগে লিখা -পঢ়া কৰিছিলোঁ। সুজিতৰ অনুৰোধ অমান্য কৰিব নোৱাৰি তেওঁৰ পুত্ৰ সুভম চক্ৰবৰ্তীক আজমল ছুপাৰ ৪০ কলগাছিয়াত NEET কোচিংৰ কাৰণে নামভৰ্তিৰ ক্ষেত্ৰত সহায় -সহযোগিতা আগবঢ়ালোঁ। কৰ্ম সূত্ৰে আমি দুয়োজন দূৰত থাকিলেও মনৰ পৰিবৰ্তন একেই আছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে সুভম চক্ৰবৰ্তীৰ ভবিষ্যত উজ্জ্বল হয় ।

Address

Majgaon-Pota, Barpeta Road
Barpeta Road
781313

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 2:30pm

Website

Alerts

Be the first to know and let us send you an email when Hazrat Abu bakkar siddque Model Academy ,HASMA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category