Nawa Milan Public School

Nawa Milan Public School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nawa Milan Public School, School, VILL-BARAPETA P.O-MAINAMATA PIN-781315, Barpeta Road.

নৱ মিলন পাব্লিক স্কুলৰ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান শুভাৰম্ভ অনুষ্ঠানৰ কিছুমান আলোকচিএ ।
11/03/2026

নৱ মিলন পাব্লিক স্কুলৰ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান শুভাৰম্ভ অনুষ্ঠানৰ কিছুমান আলোকচিএ ।



On behalf of Nawa Milan Public School, we extend our heartfelt best wishes to all the HSLC students.❤️
09/02/2026

On behalf of Nawa Milan Public School, we extend our heartfelt best wishes to all the HSLC students.❤️


05/01/2026

🌟 Nawa Milan Public School 🌟
📢 Admissions Going On
🧒 Classes: From Ankur (Pre-Primary) to Class IX
📘 Quality education with a strong academic foundation
👩‍🏫 Experienced and caring teachers
🏫 Safe, disciplined, and student-friendly environment
🎯 Focus on overall development of every child
👉 Enroll today and secure a bright future for your child.
📞 Contact: 9365808063, 88129 43166, 69009 79201
📍 Address: BARAPETA, CHARIALI

🌟 নৱ মিলন পাব্লিক স্কুল 🌟📢 নামভৰ্তি চলি আছে🧒 শ্ৰেণী : অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ📘 গুণগত শিক্ষা👩‍🏫 অভিজ্ঞ আৰু যত্নশীল শিক্ষক...
03/01/2026

🌟 নৱ মিলন পাব্লিক স্কুল 🌟
📢 নামভৰ্তি চলি আছে
🧒 শ্ৰেণী : অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ

📘 গুণগত শিক্ষা
👩‍🏫 অভিজ্ঞ আৰু যত্নশীল শিক্ষকবৃন্দ
🏫 সুৰক্ষিত আৰু শৃঙ্খলাবদ্ধ শিক্ষাৰ পৰিৱেশ
🎯 শিশুৰ সম্পূৰ্ণ বিকাশৰ বাবে বিশেষ যত্ন

👉 আজিয়েই নামভৰ্তি কৰক — সন্তানৰ উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰক।
📞 যোগাযোগ কৰক : 9365808063, 88129 43166
📍 ঠিকনা : বাৰাপেটা চাৰিআলি

ভাষাহীন অসমবাসী 💔💔💔😭
19/09/2025

ভাষাহীন অসমবাসী 💔💔💔😭

আজি পবিত্ৰ শিক্ষক দিৱস উপলক্ষে *নৱ মিলন প্লালিক স্কুলৰ* পৰিয়ালৰ ফালৰ পৰা পৃথিৱীৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষক সকলক আন্তৰি...
05/09/2025

আজি পবিত্ৰ শিক্ষক দিৱস উপলক্ষে *নৱ মিলন প্লালিক স্কুলৰ* পৰিয়ালৰ ফালৰ পৰা পৃথিৱীৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষক সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ 🙏

GOOD NEWS ❤️📖📖
26/08/2025

GOOD NEWS ❤️📖📖

সকলোৰে সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ 🙏🙏
18/08/2025

সকলোৰে সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ 🙏🙏

জয় হিন্দ 🇮🇳আজি দেশৰ 79তম স্বাধীনতা দিৱস উপলক্ষে বাক্সা জিলাৰ খাৰিজা বিজনী অঞ্চলৰ বাৰাপেটা গাওঁৰ চাৰি আলিত নতুনকৈ 2026 ই...
15/08/2025

জয় হিন্দ 🇮🇳
আজি দেশৰ 79তম স্বাধীনতা দিৱস উপলক্ষে বাক্সা জিলাৰ খাৰিজা বিজনী অঞ্চলৰ বাৰাপেটা গাওঁৰ চাৰি আলিত নতুনকৈ 2026 ইংৰাজী বৰ্ষত মুকলি হ'বলগীয়া "নৱ মিলন পাব্লিক স্কুল" চৌহদত অঞ্চলৰ পিতৃ সমতুল্য অভিভাৱক সকলৰ উপস্থিতিত জাতীয় পতাকা উত্তোলন কৰা হয়।

Address

VILL-BARAPETA P.O-MAINAMATA PIN-781315
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when Nawa Milan Public School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category