RAMP Anchalik Jatiya Vidyalaya

RAMP Anchalik Jatiya Vidyalaya An institute of Quality & prefection

26/03/2026
23/03/2026
21/03/2026

জৰুৰী জাননী | নিখোজ সংবাদ (ঈদৰ দিনৰ দুখজনক খবৰ)

বৰপেটা জিলাৰ পাকাবেতৰী সমষ্টিৰ মাজগাওঁ গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৱ পটা (গুণাপাৰা) গাঁৱৰ বাসিন্দা জয়নাল আবদিনৰ পুত্ৰ ইমৰান হুছেইন দুদিন আগতে নিজ ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই গৈছিল। কিন্তু এতিয়ালৈকে তেওঁ উভতি অহা নাই।

লৰাজন মাজগাওঁ বজাৰ মাদ্ৰাছাত অধ্যয়ন কৰি আছিল।

লৰাজনৰ কোনো সন্ধান নোপোৱাৰ বাবে পৰিয়ালত গভীৰ চিন্তা আৰু হাহাকাৰৰ সৃষ্টি হৈছে। বিশেষকৈ পৱিত্ৰ ঈদৰ দিনত পুত্ৰ নিখোজ হোৱাৰ বাবে পিতৃ-মাতৃ শোকত ভাগি পৰিছে।

যদি কোনো সদাশয় ব্যক্তিয়ে ইমৰান হুছেইনৰ বিষয়ে কোনো তথ্য লাভ কৰে, অনুগ্ৰহ কৰি তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে—

📞 যোগাযোগ নম্বৰ: 9954050378

🙏 সকলোকে আন্তৰিক অনুৰোধ, এই পোষ্টটো বেছি বেছি শ্বেয়াৰ কৰক যাতে ইমৰান হুছেইন সোনকালে নিজৰ ঘৰলৈ উভতি আহিব পাৰে।

Address

Porabharal, Majgaon, Barpeta, Barpeta Road
Barpeta Road
781313

Website

Alerts

Be the first to know and let us send you an email when RAMP Anchalik Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category