16/08/2024
বৰপেটা ৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ উদ্দোগত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত আমাৰ sankardev sishu niketan uttar Barpeta roadr ছাত্ৰ সকলে এটি দেশপ্ৰেম মূলক গীতত তবলা বজাবলৈ প্ৰয়াস কৰিছে । সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনত তেওঁলোকে আৰু আগুৱাই যাবলৈ সক্ষম হয় ।
|| ধন্যবাদ ||