16/12/2025
শ্ৰদ্ধাৰ অভিভাৱক/অভিভাৱিকা আৰু একাডেমী খনৰ শুভাকাঙ্খী সকল।
সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো। "জয়তু মানাহ একাডেমী"
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Manas Academy, School, Vill-Nichuka(Khairabari), P. o-Khairabari, Dist/Barpeta, Barpeta Road, Barpeta Road.
16/12/2025
শ্ৰদ্ধাৰ অভিভাৱক/অভিভাৱিকা আৰু একাডেমী খনৰ শুভাকাঙ্খী সকল।
সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো। "জয়তু মানাহ একাডেমী"
03/12/2025
শিক্ষামূলক ভ্ৰমণ
কাকৈজানা সংৰক্ষিত বনাঞ্চল(বঙাইগাঁও)
তাৰিখ- ০২/১২/২০২৫ ইং।
19/11/2025
20/10/2025
চাকিৰ পোহৰে জীৱনৰ সকলো অন্ধকাৰ মচি পেলাওক।
অন্তহীন আনন্দ আৰু শান্তি উপচি পৰক।
দীপাৱলীৰ শুভেচ্ছাৰে ......
18/10/2025
কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱি সকলৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে ভৰি পৰক হেঁপাহৰ ভঁৰাল।
02/10/2025
#গান্ধী জয়ন্তীৰ শুভ সন্ধিক্ষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো।
সকলোকে সাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা যাঁচিলো।
.
20/09/2025
-‐-দেহৰ ভৰষা নাই
বুজিছা নে নাই,
আজি হাহি আছো
কবতো নোৱাৰো-‐--
RIP
JUBIN GARG
1972--2025
অসম তথা ভাৰতীয় সংগীত জগতৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়ানৰ খবৰে আমাক মৰ্মাহত কৰিছে| তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি একাজলি শ্ৰদ্ধাঞ্জলি নিবেদিলো|
05/09/2025
---HAPPY TEACHERS DAY ---
Teachers day celebration at Manas Academy today..
| Monday | 8:30am - 4pm |
| Tuesday | 8:30am - 4pm |
| Wednesday | 8:30am - 4pm |
| Thursday | 8:30am - 4pm |
| Friday | 8:30am - 4pm |
| Saturday | 8:30am - 4pm |