Ababeel Academy, Bhakuamari, Baksa

Ababeel Academy, Bhakuamari, Baksa

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ababeel Academy, Bhakuamari, Baksa, School, Bhakuamari, Anandabazar, Baksa, Barpeta Road, Barpeta Road.

Photos from Ababeel Academy, Bhakuamari, Baksa's post 14/05/2026

At the Time of Morning Assembly
14-05-2026

Photos from Ababeel Academy, Bhakuamari, Baksa's post 10/04/2026

গৌৰৱৰ খবৰ: #আবাবিল_একাডেমী,🏆✨
অত্যন্ত আনন্দ আৰু গৌৰৱেৰে জনাইছোঁ যে এইবাৰৰ মেট্ৰিক পৰীক্ষাত আমাৰ #আবাবিল_একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে চমকপ্ৰদ সফলতা অৰ্জন কৰিছে। বিদ্যালয়খনৰ পৰা মুঠ ১৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
ফলাফলৰ এক আলোকপাত: 📊
🥇 প্ৰথম বিভাগ: ০৩ জন
🥈 দ্বিতীয় বিভাগ: ১৪ জন
🥉তৃতীয় বিভাগ: ০১ জন
😩 ফেইলৰ সংখ্যা:০১ জন
Masuma Khatun এ , ত আৰু
Sanidul Islam এ ত letter Mark পাবলৈ সক্ষম হৈছে।
উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা জনালোঁ। লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাবকসকলৰ ত্যাগ আৰু প্ৰচেষ্টাক আমি শলাগ লৈছোঁ।
যিসকল এইবাৰ সফল হ'ব নোৱাৰিলা, তেওঁলোকে হতাশ নহৈ নতুন উদ্যমেৰে আগবাঢ়ি যোৱা। লক্ষ্য স্থিৰ থাকিলে জয় নিশ্চিত! ✊💪

05/04/2026

সকলোকে নিমন্ত্ৰন জনালো আবাবিল একাডেমী তৰপৰ পৰা।

01/04/2026

Admission is going on 2026-27

17/02/2026

Admission is going on for session 2026-2027

13/02/2026

At the time of Morning Assembly

12/02/2026

নতুন নাম ভৰ্তি কৰিব বিচাৰিলে Ababeel Academy কাৰ্যলয়ত যোগাযোগ কৰিব। (২০২৬-২৭)

09/12/2025

At the time of morning Assembly 09-12-2025

Photos from Ababeel Academy, Bhakuamari, Baksa's post 14/11/2025

Children's day celebration at Ababeel Academy 🎉🎉🎉🎉

Want your school to be the top-listed School/college in Barpeta Road?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Bhakuamari, Anandabazar, Baksa, Barpeta Road
Barpeta Road