Shat Bhita Anchalik Banat Madrassa, Satrakanara

Shat Bhita Anchalik Banat Madrassa, Satrakanara প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক - শিক্ষয়িত্ৰী সকলৰ দ্বাৰা পাঠদান।
উন্নত মানদণ্ডৰ দ্বীনি শিক্ষা আৰু স্কুলীয়া শিক্ষাদানৰ প্ৰতিশ্ৰুতিৰে।

আজি ০৫/০৬/২০২৬ ইং তাৰিখত  #আমাৰসাতভিটাআঞ্চলিকবানাতমাদ্ৰাছাৰ চৌপাশে পৰিৱেশ সংৰক্ষণৰ প্ৰতি গুৰুত্ব দি পৰিৱেশ দিৱস উপলক্ষ্য...
05/06/2026

আজি ০৫/০৬/২০২৬ ইং তাৰিখত #আমাৰসাতভিটাআঞ্চলিকবানাতমাদ্ৰাছাৰ চৌপাশে পৰিৱেশ সংৰক্ষণৰ প্ৰতি গুৰুত্ব দি পৰিৱেশ দিৱস উপলক্ষ্যে বৃক্ষৰোপণ কৰা হয়। দিনক দিনে বননি ধ্বংস হৈ আছে আৰু গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে। পৰিৱেশ সংৰক্ষণ কৰা আমাৰ নৈতিক দায়িত্ব ও কৰ্তব্য । আহা আমি আমাৰ চাৰিওফালৰ পৰিৱেশ, নিজেই ৰক্ষা কৰি পৰিৱেশ প্ৰদূষণ মুক্ত কৰিবলৈ চেষ্টা কৰোঁ। ইনশ্বা আল্লাহ।।🌳✨ #পৰিপক্ক_পৰিৱেশ"

যোৱা কালি ঘোষিত হোৱা HS Examination -2026 ত আমাৰ সত্ৰকণৰা ৯ নং ছিট (সাত ভিটা)ৰ নাজিৰ আহমেদ ( পিতা- ফুলচান্দ আলী) বিজ্ঞান...
29/04/2026

যোৱা কালি ঘোষিত হোৱা HS Examination -2026 ত আমাৰ সত্ৰকণৰা ৯ নং ছিট (সাত ভিটা)ৰ নাজিৰ আহমেদ ( পিতা- ফুলচান্দ আলী) বিজ্ঞান শাখাত ৩টা বিষয়ত Letter নম্বৰ সহ 83.4% লাভ কৰি আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁক আজি আমাৰ সাত ভিটা আঞ্চলিক বানাত মাদ্ৰাছাৰ পৰা সম্বৰ্দ্ধনা জনাওঁ। লগতে তেওঁৰ ভৱিষ্যত জীৱন উজ্জ্বল হওঁক আল্লাহৰ ওচৰত তাৰে কামনা কৰিলোঁ।
🤲🤲🤲

আচ্ছালামু আলাইকুম ওৱা ৰহমাতুল্লাহ,সত্ৰকণৰা অঞ্চলৰ ইছলামীয়া আৰু স্কুলীয়া  শিক্ষাৰ নিৰ্ভৰযোগ্য অনুষ্ঠান " সাতভিটা আঞ্চলি...
26/04/2026

আচ্ছালামু আলাইকুম ওৱা ৰহমাতুল্লাহ,
সত্ৰকণৰা অঞ্চলৰ ইছলামীয়া আৰু স্কুলীয়া শিক্ষাৰ নিৰ্ভৰযোগ্য অনুষ্ঠান " সাতভিটা আঞ্চলিক বানাত মাদ্ৰাছা "।
সত্ৰকণৰা ৯ নং ছিট , মন্দিয়া , বৰপেটা (অসম) , ৭৮১৩০৮
অভিজ্ঞ শিক্ষক- শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান কৰোৱা হয়।
আহক আপোনাৰ - ছোৱালী , ভন্টিক , ভাতিজিক আৰু ভাগিনিক উজ্জ্বল ভৱিষ্যত কামনাৰে নাম ভৰ্ত্তি কৰাই দিয়ক।
মাদ্ৰাছাত আলিমা কোৰ্চৰ লগতে মেট্ৰিক পৰীক্ষালৈক ব্যৱস্থা আছে।
Shat Bhita Anchalik Banat Madrassa
For More Information - 9101967021/ 9678690384 / 7002160540 / 9101359691,7002291598

আজি (২৫-০৪-২০২৬ ইং) আমাৰ মাদ্ৰাছাৰ পৰা সদ্ব্য ঘোষিত মেট্ৰিক ও আলিমা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক বিদায়ী ও সম্বৰ্দ...
25/04/2026

আজি (২৫-০৪-২০২৬ ইং) আমাৰ মাদ্ৰাছাৰ পৰা সদ্ব্য ঘোষিত মেট্ৰিক ও আলিমা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক বিদায়ী ও সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।সিহঁতক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়োৱা হয়। আমি মাদ্ৰাছাৰ তৰপৰ পৰা সিহঁতৰ ভৱিষ্যত জীৱন উজ্জল হওঁক তাৰ বাবে আল্লাহৰ ওচৰত দোৱা ও আশিৰ্বাদ কৰিছোঁ।

25/04/2026

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

10/04/2026
আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৬ৰ ফলাফল। পুৱা ১০:৩০ বজাত ঘোষণা কৰিব ফলাফল। ১৬টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল...
10/04/2026

আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৬ৰ ফলাফল। পুৱা ১০:৩০ বজাত ঘোষণা কৰিব ফলাফল। ১৬টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল।

20/03/2026

আচ্ছালামু আলাইকুম ওৱা ৰহমাতুল্লাহ,
সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু-বান্ধৱী তথা জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো স্তৰৰ ব্যক্তিক পবিত্ৰ ঈদ-উল-ফিৎৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ, আল্লাহ তা'আলা ঈদ-উল-ফিৎৰৰ পবিত্ৰতা আৰু আনন্দৰ মহিমাই আপোনাৰ পৰিয়ালৰ সকলো সদস্যক শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক। আমিন ইয়া ৰব্বাল আ'লামিন।।
ধন্যবাদেৰে -
সাত ভিটা আঞ্চলিক বানাত মাদ্ৰাছা।

আচ্ছালামু আলাইকুম ওৱা ৰহমাতুল্লাহ,সত্ৰকণৰা অঞ্চলৰ ইছলামীয়া আৰু স্কুলীয়া  শিক্ষাৰ নিৰ্ভৰযোগ্য অনুষ্ঠান " সাতভিটা আঞ্চলি...
08/03/2026

আচ্ছালামু আলাইকুম ওৱা ৰহমাতুল্লাহ,
সত্ৰকণৰা অঞ্চলৰ ইছলামীয়া আৰু স্কুলীয়া শিক্ষাৰ নিৰ্ভৰযোগ্য অনুষ্ঠান " সাতভিটা আঞ্চলিক বানাত মাদ্ৰাছা "।
সত্ৰকণৰা ৯ নং ছিট , মন্দিয়া , বৰপেটা (অসম) , ৭৮১৩০৮
* অভিজ্ঞ শিক্ষক- শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান কৰোৱা হয়।
* আহক আপোনাৰ - ছোৱালী , ভন্টিক , ভাতিজিক, নাতিনীক আৰু ভাগিনিক উজ্জ্বল ভৱিষ্যত কামনাৰে নাম ভৰ্ত্তি কৰাই দিয়ক।
* মাদ্ৰাছাত আলিমা কোৰ্চৰ লগতে মেট্ৰিক পৰীক্ষালৈক ব্যৱস্থা আছে।
* Shat Bhita Anchalik Banat Madrassa
For More Information - 9101967021, 9678690384, 7002160540, 9101359691, 7002291598

Address

Satrakanara, Mandia, Barpeta, Barpeta Road
Barpeta Road
781308

Website

Alerts

Be the first to know and let us send you an email when Shat Bhita Anchalik Banat Madrassa, Satrakanara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category