03/04/2025
সদ্যঘোষিত " গুণোৎসৱ -২০২৫ " ৰ ফলাফলত আমাৰ বিদ্যালয়খনে একেৰাহে পঞ্চমবাৰৰ বাবে " A + " লাভ কৰিবলৈ সক্ষম হয় । এই শুভ ক্ষণত বিদ্যালয়ৰ সকলো ছাত্র - ছাত্রী , অভিভাৱক , স্থানীয় ৰাইজ , পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া , মাতৃগোটৰ সদস্যা , ৰন্ধন কর্মী , সন্মানীয় বহি : মূল্যায়ক তথা শিক্ষক- শিক্ষয়িত্ৰীলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু বহু বহু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।