শংকৰদেৱ শিশু নিকেতন বৰপথাৰ

  • Home
  • India
  • Barpathar
  • শংকৰদেৱ শিশু নিকেতন বৰপথাৰ

শংকৰদেৱ শিশু নিকেতন বৰপথাৰ কেৱল নিকেতনৰ লগত জড়িত কাৰ্যক্ৰম

21/01/2026
স্বামী বিবেকানন্দ ১৬৪ সংখ্যক জন্ম জয়ন্তী(ৰাষ্ট্ৰীয় যুৱ দিৱস)উপলক্ষে স্বদেশী সংকল্প দৌৰ ৷তাৰিখঃ১২/০১/২০২৬
12/01/2026

স্বামী বিবেকানন্দ ১৬৪ সংখ্যক জন্ম জয়ন্তী(ৰাষ্ট্ৰীয় যুৱ দিৱস)উপলক্ষে স্বদেশী সংকল্প দৌৰ ৷
তাৰিখঃ১২/০১/২০২৬

বাৰ্ষিক ক্ৰীড়া শেষৰ দিনাৰ কিছু দৃশ্য৷(৩১/১২/২০২৫)
31/12/2025

বাৰ্ষিক ক্ৰীড়া শেষৰ দিনাৰ কিছু দৃশ্য৷
(৩১/১২/২০২৫)

31/12/2025

শংকৰদেৱ শিশু নিকেতন,বৰপথাৰ ছাত্ৰী দক্ষতা জি পাল৷

বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিন(৩০/১২/২০২৫)
30/12/2025

বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিন(৩০/১২/২০২৫)

বাৰ্ষিক ক্ৰীড়া সমাৰোহ ২০২৫-২৬ শংকৰদেৱ শিশু নিকেতন,বৰপথাৰ(২৯/১২/২০২৫)
29/12/2025

বাৰ্ষিক ক্ৰীড়া সমাৰোহ ২০২৫-২৬
শংকৰদেৱ শিশু নিকেতন,বৰপথাৰ
(২৯/১২/২০২৫)

01/12/2025

আজি নিকেতনত শ্ৰীমদ্ভগবদগীতা জয়ন্তী পালন কৰা হয়৷

*বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা- ২০২৫ ত পূৰ্বোত্তৰ ক্ষেত্ৰৰ চমকপ্ৰদ প্ৰদৰ্শন*বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা...
30/11/2025

*বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা- ২০২৫ ত পূৰ্বোত্তৰ ক্ষেত্ৰৰ চমকপ্ৰদ প্ৰদৰ্শন*
বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানে আয়োজন কৰা ৩৬ তম্ ৰাষ্ট্ৰীয় খেল (যোগাসন ) সমাৰোহ যোৱা ২৬ পৰা ৩০ নৱেম্বৰ,২০২৫ লৈ সৰস্বতী বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়, জ্ঞানকুঞ্জ, চুলতানপুৰ, উত্তৰ প্ৰদেশত অনুষ্ঠিত হয়। এই ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত পূৰ্বোত্তৰৰ পৰা যোৱা দলটিয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰি ৩ টা সোণৰ পদক, ৭টা ৰূপৰ আৰু ৬টা পদক সহ মুঠ ১৬ টা পদক লাভ কৰি শিশু শিক্ষা সমিতি,অসম তথা পূৰ্বোত্তৰ ক্ষেত্ৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।
প্ৰতিযোগিতা খনত শিশু শিক্ষা সমিতি, অসম আৰু দক্ষিণ অসমৰ বিভিন্ন নিকেতনৰ পৰা অংশগ্ৰহণৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত শংকৰদেৱ শিশু নিকেতন, বৰপথাৰৰ ছাত্ৰ অংকিত উপাধ্যায় আৰু ছাত্ৰী প্ৰতিশ্ৰুতি শইকীয়াই সোনৰ পদক লাভ কৰে ;আৰু ৰূপৰ পঁদক লাভ কৰে শংকৰদেৱ শিশু নিকেতন, বৰপথাৰৰ ছাত্ৰী তনুশিখা ভূঞাই ৷
তিনিও গৰাকী ছাত্ৰ-ছাত্ৰীলৈ নিকেতনৰ পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জনালো ৷

আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ আমাৰ নিকেতনৰ সমূহ আচাৰ্য -আচাৰ্যা ছাত্ৰ-ছাত্ৰী , পৰিচালনা সমিতিৰ সদস্য তথা অভিভাৱক সকলে শ্...
20/09/2025

আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ আমাৰ নিকেতনৰ সমূহ আচাৰ্য -আচাৰ্যা ছাত্ৰ-ছাত্ৰী , পৰিচালনা সমিতিৰ সদস্য তথা অভিভাৱক সকলে শ্ৰদ্ধাঞ্জলী জনোৱা হয় ৷তেখেতৰ বিদেহী আত্মাই সদগতি লাভ কৰে তাৰেই কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷

 # #
17/09/2025

# #

Address

Barpathar Golaghat Road
Barpathar
785602

Telephone

+916000065602

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু নিকেতন বৰপথাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শংকৰদেৱ শিশু নিকেতন বৰপথাৰ:

Shortcuts

Share

Category