ABVP Barpathar Unit

ABVP Barpathar Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Barpathar Unit, Barpathar.

  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখাৰ উদ্যোগত  আজি  বিহু কৰ্মশালাৰ শুভ আৰম্ভনি।
06/04/2024


অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখাৰ উদ্যোগত আজি বিহু কৰ্মশালাৰ শুভ আৰম্ভনি।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখাৰ উদ্যোগত ৬ এপ্রিল  ৰ পৰা ১২ এপ্রিল  ২০২৪ তাৰিখলৈ প্রথম বাৰ্ষিক সপ্তাহজোৰা বিহু...
20/03/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখাৰ উদ্যোগত ৬ এপ্রিল ৰ পৰা ১২ এপ্রিল ২০২৪ তাৰিখলৈ প্রথম বাৰ্ষিক সপ্তাহজোৰা বিহু কৰ্মশালাৰ আয়োজন ।

আজি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখা ৰ তৰফৰ পৰা পৰীক্ষাৰ্থী সকলক একোট...
16/02/2024

আজি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখা ৰ তৰফৰ পৰা পৰীক্ষাৰ্থী সকলক একোটাকৈ কলম প্ৰদান কৰি তেওঁ লোকক শুভেচ্ছা জনোৱা হয়। পুনৰ বাৰ সকলোকে শুভেচ্ছা জনালোঁ ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ  বৰপথাৰ শাখাৰ  ৭৫ তম্ গণৰাজ্য দিৱস উপলক্ষে ১০০ মিটাৰ দীঘল ত্ৰিৰংগা যাত্ৰা আয়োজন কৰা হয়।
26/01/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপথাৰ শাখাৰ ৭৫ তম্ গণৰাজ্য দিৱস উপলক্ষে ১০০ মিটাৰ দীঘল ত্ৰিৰংগা যাত্ৰা আয়োজন কৰা হয়।

বৰপথাৰ শাখাৰ দ্বাৰা গাঁও অঞ্চলত বীজাণু নিষ্কাষণ কৰা হয়।
30/05/2021

বৰপথাৰ শাখাৰ দ্বাৰা গাঁও অঞ্চলত বীজাণু নিষ্কাষণ কৰা হয়।

বৰপথাৰ শাখাৰ দ্বাৰা তেঙানী চাবিছ ঘৰীয়া গাঁৱত বীজাণু নিষ্কাষণ কৰা হয়।
27/05/2021

বৰপথাৰ শাখাৰ দ্বাৰা তেঙানী চাবিছ ঘৰীয়া গাঁৱত বীজাণু নিষ্কাষণ কৰা হয়।

12/05/2021
21/01/2021

জয়যাত্ৰা আৰম্ভ..
সৰুপথাৰ মহাবিদ্যালয়ৰ ২০২০-২০২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ৩ টা গুৰুত্বপূৰ্ণ পদত ABVP ৰ বৃহৎ জয়লাভ।
আলোচনী সম্পাদক- ৰেখা মায়া নেৱাৰ।
ক্ৰিয়া সম্পাদক - যোগেন্দ্ৰ খাগলাৰী ।
ছাত্ৰী জিৰণি কোঠা - সুজিতা গুৰুঙ।

ভাৰত মাতা কি জয়
ABVP Zindabaad

আজি ১২ জানুৱাৰীত পৰমপূজনীয় স্বামী বিবেকানন্দ দেৱৰ জন্ম জয়ন্তী তথা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী ...
12/01/2021

আজি ১২ জানুৱাৰীত পৰমপূজনীয় স্বামী বিবেকানন্দ দেৱৰ জন্ম জয়ন্তী তথা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপথাৰ কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠান আয়োজন কৰা হ'ল ।
" স্বামীজীৰ মন্ত্ৰত আমি দিক্ষিত
জ্ঞান চৰিত্ৰ একতা "

জয় আই অসম ।
ভাৰত মাতা কী জয়।
ৱন্দে মাতৰম্।


Address

Barpathar
785602

Website

Alerts

Be the first to know and let us send you an email when ABVP Barpathar Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share