Borhat Jatiya Vidyalaya

Borhat Jatiya Vidyalaya A well known educational institution. Location:Borhat Habi gaon,Charaideo,Assam

Results of HS exam 2026
28/04/2026

Results of HS exam 2026

অভিনন্দন 🎉
20/12/2025

অভিনন্দন 🎉

23/10/2025
15/08/2025
বৰহাট জাতীয় বিদ্যালয়বৰহাট, অসমতাৰিখঃ ১০/৬/২০২৫     *🌸 কৃতজ্ঞতা জ্ঞাপন 🌸*বৰহাট জাতীয় বিদ্যালয়  তৰফৰ পৰা গভীৰ কৃতজ্ঞতা...
16/06/2025

বৰহাট জাতীয় বিদ্যালয়
বৰহাট, অসম
তাৰিখঃ ১০/৬/২০২৫

*🌸 কৃতজ্ঞতা জ্ঞাপন 🌸*

বৰহাট জাতীয় বিদ্যালয় তৰফৰ পৰা গভীৰ কৃতজ্ঞতাৰ সৈতে জনাব বিচাৰো যে, আজি ইংৰাজী ১০/৬/২০২৫ তাৰিখে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া (FCI) *শ্ৰীযুত ৰমণী বৰুৱা* আৰু তেখেতৰ সহধৰ্মিনী, ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা *শ্ৰীমতী অমলা দেৱী বৰুৱা* বৰহাট জাতীয় বিদ্যালয়লৈ আহি শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মূল্যৱান সময় অতিবাহিত কৰি মত বিনিময় কৰে।

সুদূৰ গুৱাহাটীৰ পৰা আহি, তেখেতসকলে বিদ্যালয়ৰ শিক্ষাৰ মান উন্নয়ন সম্পৰ্কে যি আলোচনা আৰু চিন্তাবোৰ আগবঢ়ালে, সেয়া আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত আগবঢ়োৱা তেখেতসকলৰ পৰামৰ্শ, সহানুভূতি, অনুপ্ৰেৰণা আৰু বাস্তৱিক অৱদান আমাৰ বাবে গৌৰৱৰ বিষয়।

বিশেষ কৃতজ্ঞতাৰ সৈতে জনাওঁ যে, তেখেতসকলে বিদ্যালয়ৰ গ্ৰন্থাগাৰৰ বাবে *₹২০,০০০ টকাৰ* নগদ অনুদান আগবঢ়াইছে। তেখেত সকলৰ এই মহানুভৱতাৰ বাবে বৰহাট জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ হৈ আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিত যে, এই অনুদানে আমাৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ পাঠ্যাভ্যাস, চিন্তন আৰু জ্ঞানৰ ভাণ্ডাৰ সমৃদ্ধ কৰিব।

বৰহাট জাতীয় বিদ্যালয় পৰিয়ালৰ হৈ তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ সুস্বাস্থ্য, সুখ-সমৃদ্ধি আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

শ্ৰদ্ধাৰে,


যতীন গগৈ অৰুণজ্যোতি গগৈ
অধ্যক্ষ ও সঞ্চালক সঞ্চালক

বৰহাট জাতীয় বিদ্যালয়

Results of Higher Secondary Final Examination 2025
30/04/2025

Results of Higher Secondary Final Examination 2025

Address

Borhat , Charaideo
Barhat
785693

Opening Hours

Monday 8:30am - 3pm
Tuesday 8:30am - 3pm
Wednesday 8:30am - 3pm
Thursday 8:30am - 3pm
Friday 8:30am - 3pm
Saturday 8:30am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Borhat Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category