23/12/2023
আমাৰ ইউটিউব চেনেলৰ জ্যোতিষী Monoj Kumar Sarma আৰু নাই। কেইদিনমানৰ পৰা তেওঁ অসুস্থতাত ভুগি আছে। আজি তেওঁ আমাক চিৰদিনৰ বাবে এৰি থৈ গ'ল। আপোনাৰ আত্মাই যেন স্বৰ্গগামী গমন হয় আৰু শান্তিৰে বাস কৰেই তাকেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏
🪔।। ওম শান্তি ।।🪔