বাস্কা আঞ্চলিক ছাত্ৰ সন্থা Baska Anchalik Students Union

  • Home
  • India
  • Barama
  • বাস্কা আঞ্চলিক ছাত্ৰ সন্থা Baska Anchalik Students Union

বাস্কা আঞ্চলিক ছাত্ৰ সন্থা  Baska Anchalik Students Union জয় আই অসম

03/12/2024

বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ
বৰবৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত
আৰু বৰবৰী বাসী ৰাইজৰ আতিথ্যত
অহা ১০/১২/২০২৪ ইং তাৰিখ মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰবৰী লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত "শ্বহীদ দিৱস" উদযাপন কৰাৰ মানস কৰিছোঁ।
গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
বৰবৰী শাখা ছাত্ৰ সন্থা।
বাস্কা আঞ্চলিক ছাত্ৰ সন্থা Baska Anchalik Students Union
সদৌ অসম ছাত্ৰ সন্থা

বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ জিলা ভিত্তিক অনলাইন ৰচনা প্ৰতিযোগিতা  বিষয়ঃ পৰিবেশ জলবায়ু সজাগতাৰ ওপৰত।
19/11/2024

বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ জিলা ভিত্তিক অনলাইন ৰচনা প্ৰতিযোগিতা
বিষয়ঃ পৰিবেশ জলবায়ু সজাগতাৰ ওপৰত।

দীপাৱলীৰ পোহৰে কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি।            শুভ দীপাৱলী
31/10/2024

দীপাৱলীৰ পোহৰে কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি।
শুভ দীপাৱলী

সন্ত্ৰাসবাদ নিপাত যাওক
30/10/2024

সন্ত্ৰাসবাদ নিপাত যাওক

বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী শাখা ডুমুনী শাখা ছাত্ৰ সন্থা ৰ নৱ-নিৰ্বাচিত সভাপতি ডিম্পুল দাস আৰু সাধাৰণ স...
29/10/2024

বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী শাখা ডুমুনী শাখা ছাত্ৰ সন্থা ৰ নৱ-নিৰ্বাচিত সভাপতি ডিম্পুল দাস আৰু সাধাৰণ সম্পাদক উপেন দাস লগতে নৱ-নিৰ্বাচিত ডুমুনী শাখা ছাত্ৰ সন্থাৰ সমিতি খনলৈ অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ।

ডুমুনী শাখা ছাত্ৰ সন্থা
All Baksa District Students' Union -সদৌ বাক্সা জিলা ছাত্ৰ সন্থা

26/10/2024

শুভেচ্ছা জনালোঁ

Address

Barama
781372

Telephone

+19365998485

Website

Alerts

Be the first to know and let us send you an email when বাস্কা আঞ্চলিক ছাত্ৰ সন্থা Baska Anchalik Students Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to বাস্কা আঞ্চলিক ছাত্ৰ সন্থা Baska Anchalik Students Union:

Shortcuts

Share

Category