19/09/2026
অসমীয়া সাংস্কৃতিক জগতৰ প্ৰাণস্পন্দন, লুইতপৰীয়া মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু তিথিত তেওঁৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
তেওঁ আমাৰ মাজত ভৌতিকভাৱে নাই যদিও তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ কণ্ঠৰ যাদু আৰু অমৰ গানবোৰেৰে তেওঁ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। মহান শিল্পীগৰাকীৰ পবিত্র স্মৃতিত আমাৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি |