11/04/2026
#সুখৱৰঃ
আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে শংকৰদেৱ ফাউণ্ডেচনৰ (SANKARDEV FOUNDATION) দ্বাৰা পৰিচালিত বাইহাটা চাৰিআলিৰ একমাত্ৰ শীত-তাপ নিয়ন্ত্ৰিত (Air Conditioned, AC) শিক্ষানুষ্ঠান SCHOLARS EDUCATIONS Integrated Academyত এইবাৰ 2026-27 শিক্ষাবৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান আৰু কলা শাখাত HSLC 2026 পৰীক্ষাত 90% বা তাতকৈ বেছি নম্বৰ প্ৰাপ্ত (বিজ্ঞান শাখাত) আৰু 85% বা তাতকৈ বেছি নম্বৰ প্ৰাপ্ত (কলা শাখাত) আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক (বিজ্ঞান আৰু কলা উভয় শাখাত 2 গৰাকীকৈ) বিনামূলীয়াকৈ পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তলৰ ঠিকনাত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলোঁ৷
সেৱাৰে-
অধ্যক্ষ,
SCHOLARS EDUCATIONS Inegrated Academy
(স্কলাৰচ্ এডুকেশ্বচনচ্ ইণ্টিগ্ৰেটেড একাডেমী),
গোৰেশ্বৰ পথ, বাইহাটা চাৰিআলি, কামৰূপ (অসম)৷
ফোন নং: 9859735477 / 9707622603
বিঃদ্ৰঃ ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ অভিভাৱক BPL শ্ৰেণীৰ অন্তৰ্ভুক্ত হোৱাৰ উপৰিও আয়ৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব৷
যোগাযোগৰ শেষ তাৰিখঃ ইং 30এপ্ৰিল, 2026