myself__mozibul_islam_rana

myself__mozibul_islam_rana Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from myself__mozibul_islam_rana, Education, Bagbor.

17/11/2025
09/09/2025

✨🙏 Special Thanks on Teacher’s Day 🙏✨
Today, I extend my heartfelt gratitude to all the students of Scholar’s Academy.
With your love and affection, you honored us on this Teacher’s Day with Assamese traditional gamosa, respect, pens, chocolates, and sweets...etc, which truly made us feel proud.

Your love has made this day special and memorable. ❤️🌸💐


Scholars Academy

09/09/2025

🌿 মানুহৰ জীৱনত কেতিয়াবা এনে দিন আহে,
🕰️ যিবোৰ কেতিয়াও পাহৰিব নোৱাৰি…
🌄 কিন্তু খুব কম দিনেই আহে,
🔄 যিয়ে জীৱনৰ গতি সলনি কৰি দিয়ে।
🌸 তেনে এটা দিনত,
🌈 জীৱনত নতুন সপোনে পোখা মেলিব ধৰিলে... 💫💭

゚viralシfypシ゚viralシalシ

09/09/2025

শান্তিৰ সাৱটি

মোৰ বুকুত থাকে অজস্ৰ দুখ,
অশান্তিত ভৰে জীৱনৰ মুখ।
অন্ধকাৰ ৰাতি, পথ নাপাও,
তুমি নাহিলে জীৱন শূন্য লাগাও।

তুমি সাৱটি ধৰিলে মৰমেৰে,
মোৰ দুখ আঁতৰিল ধীৰে ধীৰে।
তোমাৰ হাঁহিয়ে উজলিলে দিন,
তোমাৰ উপস্থিতিত সপোনে বয় চিন।

যেতিয়া মনত বেদনাই ধৰে,
তোমাৰ সান্নিধ্যত শান্তি মৰে।
দুঃখৰ বতাহত হেৰুৱা প্ৰাণ,
তোমাৰ সাৱটিত পায় বিশ্ৰাম।

সত্য হ’ল জীৱনৰ এটাই কথা,
তুমি আছা বুলিয়েই দুখ যায় হটা।
যন্ত্ৰণাৰ মাজতো বাঁচে মোৰ মন,
তোমাৰ সাৱটিত পায় শান্তিৰ ধন।

কবি - মজিবুল ইছলাম ।

এই কবিতাৰ মূল শিকনি —
✨ “জীৱনৰ কঠিন সময়ত প্ৰিয়জনৰ মৰম আৰু সাৱটি হৈছে সকলোতকৈ ডাঙৰ শান্তি আৰু শক্তিৰ উৎস। প্ৰিয়জনৰ উপস্থিতি দুখ-ব্যথা আঁতৰাই মনক শান্তি আৰু আনন্দ প্ৰদান কৰে।” ✨

Mozibul Islam Rana Scholars Academy

11/01/2022
আমাৰ শুৱনি গাঁওখনত বন্ধু সকলৰ লগত এখন প্ৰতিচ্ছবি সাঁচি থলো
28/12/2021

আমাৰ শুৱনি গাঁওখনত বন্ধু সকলৰ লগত এখন প্ৰতিচ্ছবি সাঁচি থলো

Address

Bagbor

Website

Alerts

Be the first to know and let us send you an email when myself__mozibul_islam_rana posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category