Kukheswar dutta adarsha me school

Kukheswar dutta adarsha me school পোহৰ বিচাৰি যাওঁ

শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মান লাভ কৰে আমাৰ বিদ্যালয়খনিয়ে। এই আপাহতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্যা, ম...
18/02/2025

শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মান লাভ কৰে আমাৰ বিদ্যালয়খনিয়ে। এই আপাহতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্যা, মাতৃগোট আৰু সমল কেন্দ্ৰৰ সমন্বয়ক নিৰঞ্জন ছাৰক ধন্যবাদ জনালোঁ।
জয়তু KDAMES

আজি ইং ৫/১/২৪ তাৰিখে আমাৰ বিদ্যালয়ত গুণোৎসৱৰ বহি:মূল্যায়ন অনুষ্ঠিত হয়। বহি: মূল্যায়ক হিচাপে উপস্থিত থাকে আমগুৰি জনস্বাস্...
05/01/2024

আজি ইং ৫/১/২৪ তাৰিখে আমাৰ বিদ্যালয়ত গুণোৎসৱৰ বহি:মূল্যায়ন অনুষ্ঠিত হয়। বহি: মূল্যায়ক হিচাপে উপস্থিত থাকে আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহ অভিযন্ত্ৰা অভিজিৎ বৰুৱা দেৱ। সকলোৰে সহযোগত গুণোৎসৱ সফল ভাৱে সমাপন হয়।

Address

Morabazar
Amguri
785680

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919365320470

Website

Alerts

Be the first to know and let us send you an email when Kukheswar dutta adarsha me school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kukheswar dutta adarsha me school:

Shortcuts

Share

Category