794 No Kisturchand LPS

794  No Kisturchand LPS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 794 No Kisturchand LPS, School, Amguri Town . Ward no 10, Amguri.

02/12/2024
25/07/2023
18/05/2023

একমত হলে পোষ্ট টো শ্বেয়াৰ কৰিব
🙏🙏🙏 Jay Sri Krishna 🙏🙏🙏

29/04/2023

ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ কণমানি ছাত্ৰ-ছাত্ৰীসকল/শিক্ষাগুৰু/অভিভাৱকবৃন্দ সকলোৰে সহযোগত শনিবৰীয়া চৰাত আয়োজিত বিশেষ অনুষ্ঠানৰ মধুৰ মুহূৰ্ত 🙏

২০২২/২৩ বৰ্ষৰ গুণোৎসৱত,, আমগুৰিস্থিত ৩২০+ ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ আমাৰ কে.চি.আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ে তৃতীয়বাৰৰ ...
25/04/2023

২০২২/২৩ বৰ্ষৰ গুণোৎসৱত,, আমগুৰিস্থিত ৩২০+ ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ আমাৰ কে.চি.আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ে তৃতীয়বাৰৰ বাবে "A+" পাবলৈ সক্ষম হোৱাত ছাত্ৰ-ছাত্ৰী/শিক্ষক-শিক্ষয়িত্ৰী/অভিভাৱকবৃন্দ সকলোলৈ ধন্যবাদ তথা অভিনন্দন জনাইছোঁ 💐💐

২০২৩ বৰ্ষৰ নামভৰ্তিৰ প্ৰ-পত্ৰ দি থকা হৈছে । ইচ্ছুক অভিভাৱক সকলে বিদ্যালয়লৈ আহি প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ।
23/02/2023

২০২৩ বৰ্ষৰ নামভৰ্তিৰ প্ৰ-পত্ৰ দি থকা হৈছে । ইচ্ছুক অভিভাৱক সকলে বিদ্যালয়লৈ আহি প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ।

আজি অনুষ্ঠিত হোৱা আমগুৰি 'ক' সংমণ্ডলৰ 7 টা সমল কেন্দ্ৰৰ কুইজ প্ৰতিযোগিতাৰ নিম্ন শাখাত আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ শ্ৰীম...
22/02/2023

আজি অনুষ্ঠিত হোৱা আমগুৰি 'ক' সংমণ্ডলৰ 7 টা সমল কেন্দ্ৰৰ কুইজ প্ৰতিযোগিতাৰ নিম্ন শাখাত
আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ শ্ৰীমান অৱনিশ খাৰঘৰীয়া আৰু শ্ৰীমান নিবিৰ স্পন্দন নেওগে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে। দুয়ো গৰাকী ছাত্ৰলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।🙏

বিদ্যালয়ত শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উদযাপনৰ কিছু মূহুৰ্ত।
27/01/2023

বিদ্যালয়ত শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উদযাপনৰ কিছু মূহুৰ্ত।

বিদ্যালয়ত ৭৪ তম গণৰাজ্য দিৱস উদযাপনৰ কিছু দৃশ্য ।
26/01/2023

বিদ্যালয়ত ৭৪ তম গণৰাজ্য দিৱস উদযাপনৰ কিছু দৃশ্য ।

২০২৩ বৰ্ষৰ আমাৰ বিদ্যালয়ত উদযাপিত গুণোৎসৱৰ কিছু মুহূৰ্ত..
20/01/2023

২০২৩ বৰ্ষৰ আমাৰ বিদ্যালয়ত উদযাপিত গুণোৎসৱৰ কিছু মুহূৰ্ত..

আজি আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলদ্বাৰা পুনৰবাৰ শ্ৰেণীকোঠাত পাঠদান কাৰ্য্যসূচীৰ কিছু মুহূৰ্ত তথা ন-পুৰণি শিক...
06/01/2023

আজি আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলদ্বাৰা পুনৰবাৰ শ্ৰেণীকোঠাত পাঠদান কাৰ্য্যসূচীৰ কিছু মুহূৰ্ত তথা ন-পুৰণি শিক্ষকৰ সন্মিলিত ৰূপত কেইখনমান আলোকচিত্ৰ স্মৃতি স্বৰূপে পেজটোত সঞ্চিত ৰাখিলোঁ।

আমাৰ বিদ্যালয়ৰ পেজটোৰ লগত জড়িত আটাইলৈকে পেজটোৰ তৰফৰ পৰা ইংৰাজী নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ,, সকলোৰে বাবে নতুন ...
01/01/2023

আমাৰ বিদ্যালয়ৰ পেজটোৰ লগত জড়িত আটাইলৈকে পেজটোৰ তৰফৰ পৰা ইংৰাজী নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ,, সকলোৰে বাবে নতুন বছৰ সুখ,শান্তি আৰু আনন্দৰে পৰিপূৰ্ণ হওঁক তাৰেই কামনা কৰিলোঁ 💐💐

ধন্যবাদ।

Address

Amguri Town . Ward No 10
Amguri
785680

Website

Alerts

Be the first to know and let us send you an email when 794 No Kisturchand LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category