19/09/2025
জুবিন গাৰ্গ
তুমিতো নহয় কোনো আন
তুমি আমাৰ প্ৰাণ
গীতৰ সুৰত সাগৰৰ ঢৌত,
সমগ্ৰ বিশ্বতে অমৰ হৈ থাকিলা তুমি
আমাৰ হৃদয়ত,
মন যায় তোমাৰ গান শুনিবলৈ
মন যায় তোমাৰ গানত মতলীয়া হ'বলৈ
বিশ্ব কম্পিত কৰিলা তোমাৰ গানত
তুমি থাকিবা আমাৰ প্ৰাণত,হৃদয়ত
অমৰ তুমি জুবিন গাৰ্গ
অমৰ তোমাৰ গান,
অমৰ তোমাৰ কণ্ঠ