24/04/2025
নতুনক আদৰিবলৈ প্ৰস্তুত হৈছে ৫৫ বছৰীয়া দুৰন্ত তৰুণ জীৱন গঢ়াৰ কমাৰশাল "সৰুপথাৰ মহাবিদ্যালয়" । কলা আৰু বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক তথা স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তি কৰিবলৈ ইচ্ছুকসকলৰ বাবে.....
Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de Sarupathar College - সৰুপথাৰ মহাবিদ্যালয়, Formation, Democratic Republic of the.
24/04/2025
নতুনক আদৰিবলৈ প্ৰস্তুত হৈছে ৫৫ বছৰীয়া দুৰন্ত তৰুণ জীৱন গঢ়াৰ কমাৰশাল "সৰুপথাৰ মহাবিদ্যালয়" । কলা আৰু বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক তথা স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তি কৰিবলৈ ইচ্ছুকসকলৰ বাবে.....
28/02/2025
মহাবিদ্যালয়ৰ জ্যেষ্ঠ কাৰ্যালয় সহায়ক তিলক ডেকা দেৱলৈ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা অনুষ্ঠান।
আয়োজক: শিক্ষক আৰু কৰ্মচাৰী গোট
তাৰিখ: ২৮-০২-২০২৫
11/02/2025
সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাৰ্ষিক 'সতীৰ্থ সন্মিলন ২০২৫' ৰ কিছু আলোকচিত্ৰ
স্থান: ধনশিৰি পাৰ
যোৱা ২৯ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখলৈকে কৰ্ণাটকৰ চেদামত অনুষ্ঠিত ভাৰত বিকাশ সংগমৰ ৭ম সংখ্যক 'ভাৰতীয় সাংস্কৃতিক মহোৎসৱ'ত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড. প্ৰাপ্তি ঠাকুৰক 'ভাৰত গৌৰৱ' পুৰস্কাৰ প্ৰদান কৰা হয়।ভাৰত বিকাশ সংগমৰ সন্মানীয় বিষয়ববীয়াসকলৰ উপস্থিতিত পদ্মশ্ৰী মঞ্জম্মা জাগতিয়ে এই বঁটা প্ৰদান কৰে। সুদীৰ্ঘ বছৰ ধৰি ৰাস্তাৰ নিৰাশ্ৰয় জীৱ-জন্তুক আহাৰ যোগান, চিকিৎসা আৰু আশ্ৰয় প্ৰদান কৰি অহাৰ বাবে ড. ঠাকুৰলৈ এই সন্মান আগবঢ়োৱা হৈছে। https://www.facebook.com/share/v/18bc2SgXA7/
17/01/2025
Walk-In Interview for the following positions.