Vidya Jyoti Niketan, Gashbari

Vidya Jyoti Niketan, Gashbari

Partager

school

15/04/2023

বিদ্যাজ্যোতি নিকেতন,গাছবাৰীৰ উদ্যোগত ৰঙালী বিহু উৎসৱ উদযাপন....

11/04/2023

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

02/03/2023
22/02/2023

Admission going on..

28/01/2023

#বিদ্যাজ্যোতি_নিকেতন_গাছবাৰী,ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত #কন্ঠি_শইকীয়া ছাৰৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।

আজিৰ এই দিনটোত তেখেতলৈ বিদ্যালয়ৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।

ওম্ শান্তি।

Photos from Vidya Jyoti Niketan, Gashbari's post 26/01/2023

#শ্ৰী_শ্ৰী_সৰস্বত্যৈ_নমো_নমঃ

বিদ্যাজ্যোতি নিকেতন গাছবাৰীৰ সমুহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা সকলোৱে মিলি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ পাদ- পদ্মত একাজলি পূষ্পাঞ্জলি প্ৰদান কৰা হয়।

িদ্যাজ্যোতি_নিকেতন, গাছবাৰী,

Photos from Vidya Jyoti Niketan, Gashbari's post 24/01/2023

িদ্যাজ্যোতি_নিকেতন_গাছবাৰীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি উলাহ মালহৰে উৎযাপন কৰা হয়। আজিৰ সভাত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ্ৰান্তি_মেধি আৰু #জেৰিণা_বৰুৱা বাইদেউ। লগতে উপস্থিত থাকে এই অঞ্চলৰ সন্মানীয় শিক্ষকবৃন্দ, সংবাদকৰ্মী আৰু বহুতো গণ্য মান্য ব্যক্তি।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ নৱ সংযোজন "সন্ধানী" নামে এখনি আলোচনী আজি উন্মোচন কৰা হয়।

আলোচনী খন উন্মোচন কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি বাইদেউ আৰু জেৰিণা বৰুৱা বাইদেৱে।

18/01/2023

#বিদ্যাজ্যোতি_নিকেতন_গাছবাৰীয়ে গৌৰৱোজ্জল পাঁচ বছৰ সম্পূৰ্ণ কৰিলে।

Vous voulez que votre école soit école la plus cotée à Democratic Republic of the ?

Cliquez ici pour réclamer votre Listage Commercial.

Type

Site Web

Adresse


Democratic Republic Of The