Gyanuday academy joypur

Gyanuday academy joypur Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gyanuday academy joypur, Education, Joypur.

সদ্য ঘোষিত অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হৈ আমাৰ জয়পুৰ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই অনা সন্মানীয় গৌতম শইকীয়া ক আমাৰ জয়প...
22/02/2026

সদ্য ঘোষিত অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হৈ আমাৰ জয়পুৰ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই অনা সন্মানীয় গৌতম শইকীয়া ক আমাৰ জয়পুৰ জ্ঞানোদয় একাডেমীৰ ফালৰ পৰা সম্বৰ্ধনা আগবঢ়োৱা কিছু মুহূৰ্ত।😊

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। এই ক্ষণত দেশৰ হকে বলিদান দিয়া শ্বহীকসকলক স্মৰণ কৰিছো লগতে সকলোলৈকে আমাৰ জ্ঞানোদয় একাডেমীৰ ফ...
26/01/2026

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। এই ক্ষণত দেশৰ হকে বলিদান দিয়া শ্বহীকসকলক স্মৰণ কৰিছো লগতে সকলোলৈকে আমাৰ জ্ঞানোদয় একাডেমীৰ ফালৰ পৰা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।🙏🙏

জয়পুৰ জ্ঞানোদয় একাডেমীৰ সাহিত্য আৰু সাংস্কৃতিক বিষয়ক অনুষ্ঠান ' উত্তৰণ' এইবাৰ টিপাম ফাকেয়াল স্কুলত উৎযাপন কৰাৰ কিছুম...
30/12/2025

জয়পুৰ জ্ঞানোদয় একাডেমীৰ সাহিত্য আৰু সাংস্কৃতিক বিষয়ক অনুষ্ঠান ' উত্তৰণ' এইবাৰ টিপাম ফাকেয়াল স্কুলত উৎযাপন কৰাৰ কিছুমান মুহূৰ্ত।

2025 Teacher's day celebration at our Gyanuday accademy 😊
05/09/2025

2025 Teacher's day celebration at our Gyanuday accademy 😊

আমাৰ জ্ঞানোদয় একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯১% লাভ কৰি আমাৰ কলেজখন লৈ সুনাম কঢ়িয়াই আন কৃষ্ণা ৰয়'ক...
01/07/2025

আমাৰ জ্ঞানোদয় একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯১% লাভ কৰি আমাৰ কলেজখন লৈ সুনাম কঢ়িয়াই আন কৃষ্ণা ৰয়'ক নাহৰকটীয়া মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ডঃ কৃষ্ণা কান্ত মালাকাৰ স্যাৰে তেখেতৰ মাতৃৰ নামত আগবঢ়োৱা এক বিশেষ উপহাৰৰ মূহুৰ্ত ইয়াতে সাঁচি ৰাখিলোঁ 🙏

আজি আমাৰ জ্ঞানোদয় একাডেমীৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ -ছ...
01/07/2025

আজি আমাৰ জ্ঞানোদয় একাডেমীৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠানৰ উপলক্ষে আয়োজন কৰা কিছুমান মূহুৰ্ত 🤗😊

2025 Republic day celebrations at our college  # Gyanuday academy
26/01/2025

2025 Republic day celebrations at our college
# Gyanuday academy

Saraswati Puja 2024(late upload)
23/02/2024

Saraswati Puja 2024(late upload)

2023 excursions at Tezpur
20/10/2023

2023 excursions at Tezpur

Teacher's day celebration at our gyanuday academy 2023
05/09/2023

Teacher's day celebration at our gyanuday academy 2023

আজি আমাৰ জয়পুৰ জ্ঞানোদয় একাডেমীৰ ৯ ম প্ৰতিষ্ঠা দিৱস আৰু বৰ্তমান উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ...
01/07/2023

আজি আমাৰ জয়পুৰ জ্ঞানোদয় একাডেমীৰ ৯ ম প্ৰতিষ্ঠা দিৱস আৰু বৰ্তমান উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ অভিনন্দন পত্ৰ প্ৰদানৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোৰ কিছুমান সুমধুৰ স্মৃতি।

2023 Rava divas celebration at our gyanuday academy joypur
20/06/2023

2023 Rava divas celebration at our gyanuday academy joypur

Address

Joypur

Website

Alerts

Be the first to know and let us send you an email when Gyanuday academy joypur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category