15/08/2025
৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন একাডেমীৰ প্ৰাংগনত
Tingkhnog Model Academy. Estd: 1993 Tingkhong Model Academy; P.O.-Tingkhong ; Dist:-Dibrugarh; PIN:-786612
15/08/2025
৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন একাডেমীৰ প্ৰাংগনত
20/12/2024
একাডেমিৰ প্ৰাক্তন সকলে আয়োজন কৰা "প্ৰাজ্ঞ প্ৰবীণ" অনুষ্ঠানৰ আজি প্ৰথম দিনৰ ৰাতিপুৱা ৰ কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ
05/11/2024
28/08/2024
একাডেমিৰ দক্ষতা বিকাশ কেন্দ্ৰই নিজৰ পাঠ্যক্ৰমত এই বৰ্ষৰ পৰা নতুনকৈ সংযোজন হোৱা School Cinema ৰ বিষয়ৰ আজিৰ পৰা তিনিদিনীয়াকৈ International School Film Festival আয়োজন কৰা হৈছে ।
আজিৰ এই অনুষ্ঠান শুভ উদ্বোধন কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়াদেৱে আৰু এই উদ্ধোধনী অনুষ্ঠানত একাডেমিৰ ছাত্ৰ ছাত্ৰী সকলৰ সমন্বিতে এখন বোলছবি প্ৰদৰ্শন কৰা হয় আৰু এই অনুষ্ঠানৰ পাছতে একাডেমিৰ ছাত্ৰ ছাত্ৰী সকলক শ্ৰেণী অনুযায়ী বোলছবি সমূহ দেখুওৱা হৈছে আৰু কালিলৈ পৰা ক্ৰমে ২৯ আৰু ৩০ আগষ্ট তাৰিখে ছাত্ৰ ছাত্ৰী সকলৰ ওপৰিও সন্ধিয়া ৬ বজাৰ পৰা অভিভাৱক আৰু শিক্ষকসকলৰ কাৰণে একোখনকৈ বোলছবি প্ৰদৰ্শন কৰা হ'ব ।
উদ্ধোধনী অনুষ্ঠানৰ কিছুমান বিশেষ মূহুৰ্তৰ আলোকচিত্ৰ ...
👇
সুৰ সমলয়।
গীত,নৃত্য আৰু চিত্ৰ ৰ সমাহাৰ।
31/07/2021
SESSION 2021-2022
| 09:00 - 02:45 |