Bajali Teachers' Training College, Patacharkuchi

Bajali Teachers' Training College, Patacharkuchi Offering B.Ed, D.El.Ed & B.A FYUGP Programmes, along with a Distance Learning Centre under IDOL, Gauhati University.

Admissions are now open for Master's Degree programmes at Bajali Teachers' Training College, Patacharkuchi (Study Centre...
11/07/2026

Admissions are now open for Master's Degree programmes at Bajali Teachers' Training College, Patacharkuchi (Study Centre) under Guwahati University Centre for Distance and Open Education (GUCDOE).
Interested candidates are requested to contact us for admission and further details
11/07/26.

03/07/2026

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰী সকলৰ ১৫ দিনৰ ইন্টাৰ্ণশ্বিপৰ সামৰণি অনুষ্ঠানত তেওঁলোকৰ তৰফৰ পৰা ১৫ দিনৰ শিক্ষণ শৈলীৰ ওপৰত অভিজ্ঞতা ক'বলৈ দিয়া সময়ত বিশালৰ অন্তৰ স্পৰ্শ কৰি যোৱা কথাখিনি সদায় মনত থাকিব আৰু ভাল শিক্ষক হোৱাৰ বাবে উৎসাহিত কৰিব আমাক। সচাকৈয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষা,বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক সকলক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনত এইসকল জ্ঞান পিপাসু, অধ্যয়নশীল ছাত্ৰ ছাত্ৰীক পঠিওৱা বাবে ১৫ দিনৰ শিক্ষক প্ৰশিক্ষণ ল'বলৈ। সদায় ভালে কুশলে থাকি নিজৰ জীৱন সংগ্ৰামত জয়ী হোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল।



The Valedictory Session and Certificate Distribution Ceremony for the 15-Day Internship Programme of the FYUGP 4th Semes...
02/07/2026

The Valedictory Session and Certificate Distribution Ceremony for the 15-Day Internship Programme of the FYUGP 4th Semester students of Bhattadev University was successfully held today at Bajali Teachers' Training College, Patacharkuchi Heartiest congratulations to all the students on the successful completion of your internship. May this experience inspire you to become competent, compassionate, and committed teachers. We wish you a bright future and continued success in all your academic and professional endeavours.
2/07/26


Bajali Teachers' Training College, Patacharkuchi, successfully conducted a teacher training programme for the B.A. 4th S...
30/06/2026

Bajali Teachers' Training College, Patacharkuchi, successfully conducted a teacher training programme for the B.A. 4th Semester internship students of Bhattadev University.
A total of 75 student interns participated in the programme. Throughout the internship, they demonstrated remarkable discipline, cooperation, sincerity, and enthusiasm for learning.The internship was designed to prepare the student teachers for the teaching profession by providing practical exposure to Teaching Methodology, Micro-Teaching skills, classroom strategies, Lesson planning, and various field-level activities in Primary Schools. The programme helped bridge the gap between theory and practice, enabling the interns to develop essential professional competencies.

The faculty members of Bajali Teachers' Training College provided continuous guidance and support throughout the programme under the leadership of Dr. Chandana Devi(Vice-Principal). Their dedicated mentorship ensured that the interns gained meaningful teaching experience and a deeper understanding of the teaching-learning process.

"বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন"আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি...
21/06/2026

"বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন"
আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ইন্টাৰ্ণশ্বিপৰ বাবে অহা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ চন্দনা দেৱীয়ে আঁত ধৰা অনুষ্ঠানত অধ্যক্ষ ড০ কিশোৰ কুমাৰ ৰয়ে আৰম্ভণিতে সুন্দৰ বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত ড০ চন্দনা দেৱীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তাধাৰা, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু তেওঁৰ গীতসমূহত সমাজৰ উপেক্ষিত, বঞ্চিত আৰু শোষিত লোকসকলৰ জীৱন-সংগ্ৰাম কেনেদৰে প্ৰস্ফুটিত হৈ উঠিছে, সেই বিষয়ে আলোকপাত কৰে।
ৰিপীমা শৰ্মা আৰু নিতুল কুমাৰ মেধিৰ সুমধুৰ গীতে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু আদৰ্শৰ ওপৰত সুন্দৰ ভাষণ আগবঢ়ায়।ইয়াৰ পিছত মহাবিদ্যালয়ৰ প্ৰবক্তা নিতুমণি ডেকা আৰু ড০ প্ৰদীপ কুমাৰ শৰ্মাই কলাগুৰুৰ জীৱন-দৰ্শন আৰু সমাজ-সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদানৰ ওপৰত বিস্তৃতভাৱে ভাষণ প্ৰদান কৰে।সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে সম্পন্ন হয়।২০/৬/২৬



School Internship The B.A. Fourth Semester students of Bhattadev University who have come to Bajali Teachers' Training C...
18/06/2026

School Internship
The B.A. Fourth Semester students of Bhattadev University who have come to Bajali Teachers' Training College for a 15-day internship under the FYUGP programme. They are highly attentive and eager to learn new teaching strategies from experienced teachers.As part of the internship programme, on the second day, the supervisor Dr. Chandana Devi sent the trainees to schools to observe and participate in various school activities. This practical exposure will help them gain valuable experience and develop their teaching skills.(17/6/26 to 30/6/26)

অসমৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশিত মহাবিদ্যালয়ৰ বাতৰি
16/06/2026

অসমৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশিত মহাবিদ্যালয়ৰ বাতৰি

বজালী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় ধৰ্মেশ্বৰ ৰয়দেৱক আজি বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ তৰফৰ পৰা উ...
14/06/2026

বজালী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় ধৰ্মেশ্বৰ ৰয়দেৱক আজি বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। মহাবিদ্যালয়ৰ প্ৰাঙ্গণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়ৰ উপদেষ্টা ড° হোমেশ্বৰ দাস দেৱে প্ৰথমে শুভেচ্ছাবাণী জ্ঞাপন কৰে, আৰু তাৰ পিছত বিধায়কগৰাকীক ফুলাম গামোচা আৰু এটি শৰাইৰে আদৰণি জনায়। সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা
অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ ৰয়দেৱে মহাবিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, শৈক্ষিক পৰিৱেশ অধিক শক্তিশালীকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰ।১৪/৬/২৬

Conducted  Three Days Final Internship Practical Examination for B.Ed. Second-Year Teacher Trainees. The performance of ...
12/06/2026

Conducted Three Days Final Internship Practical Examination for B.Ed. Second-Year Teacher Trainees. The performance of the teacher trainees was evaluated by Dr. Jayshree Das, Principal of Chamata B.Ed College,who served as the External Examiner. 10/6/26 to 12/6/26.

Address

Patacharkuchi
Patacharkuchi
781326

Alerts

Be the first to know and let us send you an email when Bajali Teachers' Training College, Patacharkuchi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share