Sankardev Shishu Niketan, Ananda Bazar

  • Home
  • Sankardev Shishu Niketan, Ananda Bazar

Sankardev Shishu Niketan, Ananda Bazar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sankardev Shishu Niketan, Ananda Bazar, Elementary School, .

21/11/2024
আজিৰ এই বিশেষ দিনটোত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সেৱা জনাই আমাৰ প্ৰয়াত প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য,আমাৰ আদি গুৰু...
05/09/2023

আজিৰ এই বিশেষ দিনটোত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সেৱা জনাই আমাৰ প্ৰয়াত প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য,আমাৰ আদি গুৰু স্বৰ্গীয় ধৰণীধৰ দাসদেৱক শ্ৰদ্ধাৰে সুৱৰিছো,তেখেতলৈ শ্ৰদ্ধাঞ্জলী জনাই আমি আপোনাসৱলৈ আগবঢ়াইছো আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰী,আচাৰ্য আচাৰ্যাৰ দ্বাৰা অভিনীত অসমীয়া চুটি ছবি দহিকতৰাৰ প্ৰথম খণ্ড।আশা কৰোঁ সকলোৱে আদৰি লব আৰু ভুল ক্ৰুটিবোৰ দেখুৱাই দিব।
।।জয়তু শংকৰদেৱ শিশু নিকেতন
আনন্দ বজাৰ।।

দহিকতৰা প্ৰথম খণ্ড । An Assamese drama । dahikatara part01 । Drama Gang ।-------------------------------Video Credit:Story/ScreenplayDhiraj Dasproduced byDhi...

শংকৰদেৱ শিশু নিকেতন আনন্দ বজাৰৰ সাংস্কৃতিক গোটৰ তত্বাবধানত নাটক,অভিনয় ভাল পোৱা কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লৈ গঠিত  DRAMA ...
20/07/2023

শংকৰদেৱ শিশু নিকেতন আনন্দ বজাৰৰ সাংস্কৃতিক গোটৰ তত্বাবধানত নাটক,অভিনয় ভাল পোৱা কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লৈ গঠিত DRAMA GANGৰ প্ৰথম খন নটক ।।"অস্তিত্ব"- অসমীয়া জাতিটোক জীয়াই ৰখাৰ এক সংকল্প ।। আপোনলোকলৈ আগবঢ়ালো।কেনেকুৱা লাগিল জনাবছোন।লগতে ভুল ক্ৰুতিবোৰ জনাই আমাৰ নতুন প্ৰজন্মক আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা থাকিল🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

অস্তিত্ব (astitya) অসমীয়া জাতিটোক জীয়াই ৰখাৰ এক সংকল্প | সম্প্ৰীতিৰ বান্ধোনেৰে অসমীয়া জাতিটোক বান্ধি ৰখাৰ স্বাৰ্থ.....

ইচ্ছুক অৰ্হতাসম্পন্ন ব্যক্তিয়ে যোগাযোগ কৰিব পাৰে।
24/05/2023

ইচ্ছুক অৰ্হতাসম্পন্ন ব্যক্তিয়ে যোগাযোগ কৰিব পাৰে।

আমাৰ নিকেতনৰ এই বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
22/05/2023

আমাৰ নিকেতনৰ এই বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

২০২৩-২০২৪ইং শিক্ষাবৰ্ষৰ নিকেতনৰ প্ৰথম খন অভিভাৱক সন্মিলন আজিৰ পৰা আৰম্ভ হয়।নিকেতনৰ প্ৰধান আচাৰ্য অকণ কুমাৰ ৰয়ৰ পৰিচালনা ...
11/05/2023

২০২৩-২০২৪ইং শিক্ষাবৰ্ষৰ নিকেতনৰ প্ৰথম খন অভিভাৱক সন্মিলন আজিৰ পৰা আৰম্ভ হয়।নিকেতনৰ প্ৰধান আচাৰ্য অকণ কুমাৰ ৰয়ৰ পৰিচালনা আৰু জেষ্ঠ আচাৰ্য কনক চন্দ্ৰ নাথৰ সহযোগত অংকুৰ,মুকুল,প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ অভিভাৱক অভিভাৱিকা সকলৰ সৈতে ছাত্ৰ ছাত্ৰীৰ বিভিন্ন দিশ সম্পৰ্কে মত বিনিময় হয়।অনুষ্ঠানটিত উপস্থিত থাকে "শিশু শিক্ষা সমিতি অসম"ৰ প্ৰান্তীয় প্ৰশিক্ষণ প্ৰমুখ মহানন্দ দাস, নিকেতন পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক কিশোক কলিতা আৰু দক্ষিণ বিজনী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা তথা নিকেতনৰ প্ৰাক্তন সভানেত্ৰী কল্পনা দাসে।ছাত্ৰ ছাত্ৰী সকলক ভাৰতীয় সভ্যতা আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি বৰ্তমান সময়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ গতিৰ সতে ফেৰ মাৰিব পৰাকৈ সক্ষম কৰি দেশমাতৃৰ সু সন্তান হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অভিভাৱক আৰু আচাৰ্য আচাৰ্যা উভয়ে সংকল্পবদ্ধ হয়।এই সংকল্প বাস্তৱায়িত হোৱাৰ কামনাৰে আপোনাসৱৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।
।।জয়তু শংকৰদেৱ শিশু নিকেতন
আনন্দ বজাৰ।।

13/04/2023

আজি বাৰ্ষিক খেল ধেমালিৰ বটা বিতৰণিৰ মাজতে ছাত্ৰীসকলৰ মুকলি বিহুৰ কিয়দাংশ

Address


Website

Alerts

Be the first to know and let us send you an email when Sankardev Shishu Niketan, Ananda Bazar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share