Byte Daily

Byte Daily

Share

Byte Daily,Fast.Factual. Your Daily dose of news and updates.

28/05/2026

'ইছলাম ভাল ধৰ্ম', ইছলাম ধৰ্ম সম্পৰ্কে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

28/05/2026

📌কু*ৰ*বানী দিয়া নহ'ল ‘ট্ৰাম্প’ক,ৰখা হ'ব চিৰিয়াখানাত
📌বাংলাদেশ চৰকাৰৰ বৃহৎ সিদ্ধান্ত
📌 ট্ৰাম্প আচলতে বাংলাদেশত খলকনি সৃষ্টি এটা মহ

28/05/2026

'UCC য়ে মহিলাসকলৰ সহায় আৰু অধিকাৰ সুনিশ্চিত কৰিব'। বুধবাৰে অসম বিধান সভাত গৃহীত হোৱা 'সম নাগৰিক সংহিতা' সন্দৰ্ভত জাগিৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাৰ মন্তব্য

28/05/2026

'জুবিন ক্ষেত্ৰ' পৰিদৰ্শন অখিল গগৈৰ। মৰমৰ শিল্পীগৰাকীক পাহৰিব জানো পাৰি?

28/05/2026

📌 কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা
📌কামাখ্যাত ব*লি দিব পাৰিলে কু*ৰ*বানিত নোৱাৰাৰ কাৰণ কি?
📌কু*ৰ*বানিক লৈ বিস্ফোৰক মন্তব্য সঞ্জয় ৰাউতৰ

28/05/2026

ৰাজ্যত পুনৰ চলিব প্ৰশাসনৰ বুলড'জাৰ!

28/05/2026

এজন ব্যক্তিয়ে পৰিষ্কাৰ গামোচাৰ ওপৰত নামাজ আদায় কৰা মানেই গামোচাক অসম্মান বা‌ অপমান কৰা বুজাই নেকি? আপোনাৰ কি মতামত?
সম্মান, উদ্দেশ্য আৰু ব্যৱহাৰৰ ওপৰতেই সকলো নিৰ্ভৰ কৰে। অসমত গামোচা কেৱল সাজ-পোছাক বা সম্বৰ্ধনাৰ বস্তু নহয়, ই আমাৰ দৈনন্দিন জীৱনৰো অংশ। বহু মানুহে ইয়াক শ্ৰদ্ধাৰে বিভিন্ন কামত ব্যৱহাৰ কৰে। যদি কোনোবাই ধৰ্মীয় ভক্তি আৰু পৱিত্ৰতাৰ সৈতে গামোচা ব্যৱহাৰ কৰে, তেন্তে তাক অপমান বুলি চোৱা উচিত নে?
ধৰ্ম আৰু সংস্কৃতি দুয়োটাক সন্মান দিয়াই সঁচা অৰ্থত অপমান কৰাটো বুজাই নেকি? বিভাজন নহয়, পাৰস্পৰিক সন্মান আৰু বুজাবুজিয়েই সমাজক আগুৱাই নিয়ে। byte daily

28/05/2026

📌'ইছলাম ভাল ধৰ্ম। মই বহুত গভীৰভাৱে ইছলাম ধৰ্ম অধ্যয়ন কৰিছো': মুখ্যমন্ত্ৰী।

28/05/2026

27/05/2026

ACS বিষয়া লাচিত কুমাৰ দাসক নিলম্বন ।

27/05/2026

'হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলৈ UCC আনিছে', মন্তব্য অখিল গগৈৰ।

Want your school to be the top-listed School/college?

Website