Tepujan LP School

Tepujan LP School

Educational Content

Operating as usual

Photos from Tepujan LP School's post 12/01/2025

চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে চাহ- বাগিচাৰ লাইনত বসবাস কৰা লোকসমূহৰ জীৱন- নিৰ্বাহ প্ৰণালীৰ জৰীপ কাৰ্য চলোৱাৰ কিছু স্থিৰ চিত্ৰ।

Photos from Tepujan LP School's post 07/01/2025

আজি কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত বিমল বড়া দেৱে টেপুজান প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী গৃহটিৰ পুনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰাৰ কিছু স্থিৰ দৃশ্য।

Photos from Tepujan LP School's post 04/01/2025

বাৰ্ষিক খেল-ধেমালিৰ পুৰস্কাৰ বিতৰণী সভাৰ কিছু স্থিৰ চিত্ৰ (২০২৪-২৫)।

Photos from Tepujan LP School's post 28/12/2024

ডিগবৈত টেপুজান প্ৰাথমিক বিদ্যালয়ৰ পৰা যোৱা শিক্ষামূলক ভ্ৰমণৰ কিছু স্থিৰ চিত্ৰ।

Photos from Tepujan LP School's post 18/11/2024

'ক' শ্ৰেণীৰ শ্ৰেণীকোঠাত চিত্ৰাংকনৰ কাম চলি থকাৰ কিছু স্থিৰ চিত্ৰ।

14/11/2024

আজি "শিশু দিৱস" উপলক্ষে টেপুজান প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা কিছু সুন্দৰ নৃত্য।

Photos from Tepujan LP School's post 14/11/2024

শিশু দিৱস উদযাপনৰ কিছু স্থিৰ চিত্ৰ।

Photos from Tepujan LP School's post 05/09/2024

আজি আমাৰ বিদ্যালয়ৰ 'শিক্ষক দিৱসৰ' কিছু দৃশ্য।

Photos from Tepujan LP School's post 15/08/2024

টেপুজান প্ৰাথমিক বিদ্যালয়ত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

31/07/2024
Photos from Tepujan LP School's post 29/06/2024

Student's Creativity

Photos from Tepujan LP School's post 28/06/2024

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হাতৰ কামৰ কিছু স্থিৰ দৃশ্য।

Photos from Tepujan LP School's post 29/04/2024

ছাত্ৰ-সংসদৰ নিৰ্বাচনৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ভোটদান কৰাৰ কিছু স্থিৰ দৃশ্য।

15/03/2024

আমাৰ বিদ্যালয়ৰ বাবে সুখবৰ

২০২৪ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ত টেপুজান প্ৰাথমিক বিদ্যালয়ে Grade A+ পাবলৈ সক্ষম হৈছে। বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট, টেপুজান যুৱ সংঘ, অভিভাৱক তথা স্থানীয় ৰাইজ অমূল্য কষ্ট আৰু ত্যাগৰ বাবে আমাৰ বিদ্যালয় তৰফৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Photos from Tepujan LP School's post 06/03/2024

পঞ্চম শ্ৰেণীৰ বিদায় সভাৰ কিছু স্থিৰ দৃশ্য।(২০২৩-২০২৪)

Photos from Tepujan LP School's post 05/03/2024

আমাৰ বিদ্যালয়ৰ বাবে সুখবৰ

২০২৩-২৪ বৰ্ষৰ Best SMC Award আমাৰ বিদ্যালয়ে পাবলৈ সক্ষম হৈছে।

Photos from Tepujan LP School's post 28/02/2024

উৎসৱ বিদ্যাৰম্ভ, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, বঁটা বিতৰণী সভাৰ কিছু স্থিৰ দৃশ্য।

28/02/2024

উৎসৱ বিদ্যাৰম্ভ ২০২৪-২৫ , টেপুজান প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলোৱা শোভাযাত্ৰাৰ কিছু গতিশীল দৃশ্য।

Want your school to be the top-listed School/college?

Videos (show all)

Website