Atal Kathiakhunda MV School, Sapekhati

  • Home
  • Atal Kathiakhunda MV School, Sapekhati

Atal Kathiakhunda MV School, Sapekhati A page to get the informations of our school..

16/05/2026

সাপেখাতী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনত অনুস্থিত কৰা বসন্ত উৎসৱ ২০২৬ ত আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা জেং বিহু পৰিৱেশন ।
তাং: ১৬/০৫/২০২৬

বসন্ত উৎসৱ- ২০২৬
16/05/2026

বসন্ত উৎসৱ- ২০২৬

আজি আমাৰ বিদ্যালয়ত মাংগলিক কাৰ্যসূচীৰে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি কৰা হয় ।উৎসৱ বিদ্যাৰম্ভ (২০২৬-২০২৭)
01/04/2026

আজি আমাৰ বিদ্যালয়ত মাংগলিক কাৰ্যসূচীৰে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি কৰা হয় ।
উৎসৱ বিদ্যাৰম্ভ (২০২৬-২০২৭)

গুদাম চাৰিআলি সমল কেন্দ্ৰৰ উদ্যোগত আমাৰ বিদ্যালয়ত আয়োজন কৰা 'ৰাইজৰ উৎসৱ'ৰ কিছু দৃশ্যাংশ।তাৰিখ: ১০/১২/২০২৫
12/12/2025

গুদাম চাৰিআলি সমল কেন্দ্ৰৰ উদ্যোগত আমাৰ বিদ্যালয়ত আয়োজন কৰা 'ৰাইজৰ উৎসৱ'ৰ কিছু দৃশ্যাংশ।
তাৰিখ: ১০/১২/২০২৫

আজি আমাৰ বিদ্যালয়ত উদযাপন কৰা 'শিক্ষক দিৱস' ৰ কিছু দৃশ্য ।
05/09/2025

আজি আমাৰ বিদ্যালয়ত উদযাপন কৰা 'শিক্ষক দিৱস' ৰ কিছু দৃশ্য ।

 #উৎসৱ বিদ্যাৰম্ভ ২০২৫-২৬আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়।
01/04/2025

#উৎসৱ বিদ্যাৰম্ভ ২০২৫-২৬
আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়।

আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীৰ বিদায় (আশীৰ্বাদ সভা) অনুষ্ঠান।তাং: ১২/০৩/২০২৫
12/03/2025

আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীৰ বিদায় (আশীৰ্বাদ সভা) অনুষ্ঠান।
তাং: ১২/০৩/২০২৫

Address

Atal Pathar

Opening Hours

Monday 09:00 - 14:30
Tuesday 09:00 - 14:30
Wednesday 09:00 - 14:30
Thursday 09:00 - 14:30
Friday 09:00 - 14:30
Saturday 09:00 - 12:00

Website

Alerts

Be the first to know and let us send you an email when Atal Kathiakhunda MV School, Sapekhati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share