Padma Ram Bharali High School

  • Home
  • Padma Ram Bharali High School

Padma Ram Bharali High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Padma Ram Bharali High School, School, Vill. Sarulah, P. O. Srihati, Kamrup, .

৩০ নং হাজো শুৱালকুছি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়ক বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।
13/06/2026

৩০ নং হাজো শুৱালকুছি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়ক বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।





"গছপুলি ৰোৱক, ভৱিষ্যত সুৰক্ষিত কৰক"বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ কিছু দৃশ্যাংশ....
05/06/2026

"গছপুলি ৰোৱক, ভৱিষ্যত সুৰক্ষিত কৰক"
বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ কিছু দৃশ্যাংশ....






 :  ়ে পৰিচালনা কৰা   জলশালা কাৰ্যসূচী বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক অনাময় পানী য...
30/05/2026

: ়ে পৰিচালনা কৰা জলশালা কাৰ্যসূচী বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক অনাময় পানী যোগান আঁচনিৰ ক্ষেত্ৰ ভ্ৰমণ কৰা‌ হয়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে জানিব পাৰিলে যে পানী যোগান আঁচনি এখনে কেনেদৰে কাম কৰে আৰু FTK ব্যৱহাৰ কৰি পানীৰ গুণাগুণ পৰীক্ষাৰ অভিজ্ঞতা লাভ কৰে।
UNOPS India
Jal Jeevan Mission, India
Jal Jeevan Mission, Assam









23/05/2026

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা শনিবৰীয়া চৰাৰ দৃশ্যাংশ.....




কামৰূপ জিলা শিক্ষা বিভাগৰ দ্বাৰা অনুষ্ঠিত Online Orientation on My Career Advisor App (Career Guidance Programme) অনুষ্ঠ...
20/05/2026

কামৰূপ জিলা শিক্ষা বিভাগৰ দ্বাৰা অনুষ্ঠিত Online Orientation on My Career Advisor App (Career Guidance Programme) অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ অংশগ্ৰহণৰ কিছু দৃশ্যাংশ। অনুষ্ঠানত অংশগ্ৰহণ কৰে বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ Career Guidanceৰ Nodal Teacher Papari Hazarika য়ে।




সুদীৰ্ঘ ১০ বছৰ বিদ্যালয়ত শিক্ষকতা দৰে মহান দায়িত্ব পালন কৰি চৰকাৰী নিৰ্দেশনা অনুসৰি বদলি হোৱা কমল ডেকা  Kamal Deka ক ব...
15/05/2026

সুদীৰ্ঘ ১০ বছৰ বিদ্যালয়ত শিক্ষকতা দৰে মহান দায়িত্ব পালন কৰি চৰকাৰী নিৰ্দেশনা অনুসৰি বদলি হোৱা কমল ডেকা Kamal Deka ক বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। বিদ্যালয়ৰ তৰফৰ পৰা ভৱিষ্যত জীৱনলৈ অযুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। Deka


২০২৬-২৭ শিক্ষাবৰ্ষৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন কৰা হয়।‌ নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰ...
04/05/2026

২০২৬-২৭ শিক্ষাবৰ্ষৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন কৰা হয়।‌ নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।




14/04/2026





13/04/2026

প্ৰাক ৰঙালী বিহুৰ দৃশ্যাংশ....



বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন।‌ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
13/04/2026

বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন।‌ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।




Address

Vill. Sarulah, P. O. Srihati, Kamrup

781103

Website

Alerts

Be the first to know and let us send you an email when Padma Ram Bharali High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share