18/11/2022
DrJ K Saikia Homoeopathic Medical College & Hospital Student's Union
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DrJ K Saikia Homoeopathic Medical College & Hospital Student's Union, .
18/11/2022
31/10/2022
ভাৰত চৰকাৰৰ আয়ুস, জাহাজ তথা বন্দৰ বিভাগৰ সন্মানীয় কেবিনেট মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল ডাঙৰীয়ালৈ সমূহ ডাঃ জীৱকান্ত শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় পৰিয়ালবৰ্গৰ হৈ জন্মদিনৰ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলোঁ।
আজিৰ শুভ দিনটোত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
Sarbananda Sonowal
11/10/2022
11/10/2022
১০ অক্টোবৰ ২০২২ - আজি ডাঃ জীৱকান্ত শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ে ৪৭ তম প্ৰতিষ্ঠা দিৱসটি খুব সুন্দৰকৈ পালন কৰে। উক্ত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ আয়ুস বিভাগৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়া, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উপস্থিত থাকে। এই সভাতে নতুন দিল্লীস্থিত কেন্দ্ৰীয় হোমিঅ'পেথিক গবেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ডাঃ সুবাষ কৌশিক ডাঙৰীয়া, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, যোৰহাট জিলা বিজেপি সভাপতি তথা তিতাবৰ সমষ্টিৰ প্ৰক্তন বিধায়ক হেমন্ত কলিতা ডাঙৰীয়া উপস্থিত থাকে । মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অধ্যাপক অধ্যাপিকা কৰ্মচাৰী লগতে যোৰহাট জিলাৰ জনসাধাৰণ উপস্থিত থকা সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মহাবিদ্যালয়ত স্নাতকোত্তৰ (MD) বিষয় অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰন আৰু State annual action plan ৰ অধিনত মহাবিদ্যালয় খনিক কেন্দ্ৰীয় প্ৰতিষ্ঠানলৈ উন্নত কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণৰ পৰামৰ্শ দিয়ে। মহাবিদ্যালয়ৰ ভেষজ উদ্যানক Centre Of Excellence হিচাপে গঢ়ি তুলিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল অতি সোনকালেই মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হব বুলি অবগত কৰায়। উক্ত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ নাৰায়ণ দেৱনাথ ডাঙৰীয়াই । এই সভাত উপস্থিত থাকাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সমূহ ডাঃ জীৱকান্ত শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় পৰিয়ালবৰ্গ আৰু যোৰহাট বাসি ৰাইজৰ হৈ আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Sarbananda Sonowal Topon Kumar Gogoi Kamakhya Prasad Tasa Hitendra Nath Goswami Keshab Mahanta কেশৱ মহন্ত Rupjyoti Kurmi Dr. M S Lakshmi Priya, IAS National Health Mission,Assam
09/10/2022
অহা কালি মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে ভাৰত চৰকাৰৰ AYUSH বিভাগৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মহাবিদ্যালয়ত উপস্থিত থাকিব। আজি অনুষ্ঠানটোৰ আয়োজন পৰিদৰ্শন কৰিবৰ বাবে মহাবিদ্যালয়ত ৰাজ্য সভাৰ সন্মানীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া, যোৰহাট বিজেপিৰ সন্মানীয় সভাপতি হেমন্ত কলিতা ডাঙৰীয়া উপস্থিত হয়। এই পৰিদৰ্শন কাৰ্যসূচীত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিমন্যু বড়া আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ নাৰায়ণ দেৱনাথ ডাঙৰীয়াই তেওঁলোকক সংগ প্ৰদান কৰে।
Sarbananda Sonowal Topon Kumar Gogoi Kamakhya Prasad Tasa Hitendra Nath Goswami Rupjyoti Kurmi Dr. M S Lakshmi Priya, IAS
07/10/2022
Sarbananda Sonowal
Topon Kumar Gogoi
Kamakhya Prasad Tasa
Hitendra Nath Goswami
Rupjyoti Kurmi
28/09/2022
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমে World Rabies Day ৰ উপলক্ষে অনুষ্ঠিত কৰা online quiz প্রতিযোগিতাত ডাঃ জীৱকান্ত শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ ছাত্র-ছাত্রী সকলে অংশগ্ৰহণ কৰে । এনে ধৰনৰ কাৰ্যসূচীয়ে নিশ্চয়কৈ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব আৰু ২০৩০ চনৰ ভিতৰত জলাতংক ৰোগ নিৰ্মূল কৰাৰ যি উদ্দেশ্য সেই উদ্দেশ্য সাফল্য মন্দিত কৰাত এক সবল ভূমিকা পালন কৰিব । এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱা বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমক মহাবিদ্যালয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন জনাইছোঁ।
Himanta Biswa Sarma Sarbananda Sonowal Keshab Mahanta কেশৱ মহন্ত National Health Mission,Assam
Dr. M S Lakshmi Priya, IAS
AN APEAL
We ,the Family of
Dr.J.K.Saikia Homeopathic Medical College and Hospital, Jorhat is very to glad to inform you that we are going to celebrate it's 47th Foundation Day at college premises on 10 oct 2022.
On this auspicious occasion all the pass out doctors and former faculties of Dr.J.K.Saikia Homoeopathic Medical College and Hospital, Jorhat cordially invite you all to make the program a grand success.
We are trying our level best to invite the policy makers of AYUSH system of medicine and Higher Administrative Authority. We would inform you about the presence of Higher Administrative Authority as soon as it be confirmed .
We request to all the pass out doctors and former faculties to register their name regarding their presence in the said program on or before 7th October, 2022 for smooth functioning of the same.
We, humbly request your kind presence and join your helping hand by contributing your level best as delegate fees in the below mentioned students unions Bank Account to make the program a grand success.
Account Name- Dr.J.K.Saikia Homoeopathic Medical College
A/C No.406210100002911
IFSC Code- BKID0004062. Bank of India.
Branch- Jorhat.
For any quarry or information please contact : Faculties:(M)8638371425/ 9859128492/ 9613272868/ 9864301395/ 9101937981/ 9435345460: Students union General Secretary ; 9101076319
From the family of
Dr.J.K.Saikia Homoeopathic Medical College and Hospital,Jorhar_8
- Dr Narayan Debnath by
Principala i/c ,
Dr.J.K.S.H.M.C&H, Club Road ,Jorhat -08.
Abhimanyu Borah. General Secretary of Students union of Dr.JKSHMC.jorhat.
22/09/2022
আজি ডাঃ জীৱকান্ত শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ 2nd BHMS (old)ৰ ছাত্ৰ সকলে শ্রম দান কাৰ্যসূচী হাতত লয়। যোৱা ৪ আগষ্টত "মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ " লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ হোষ্টেলত গছপুলি ৰোপণ কৰা হৈছিল। আজিৰ কাৰ্যসূচী দ্বাৰা গছপুলি সমূহৰ গুৰি অংশ পৰিস্কাৰ কৰা, গছপুলি কেইটাৰ ঘেৰা সমূহ ভাল কৰাৰ লগতে পুলি কেইটাক জৈৱিক সাৰ দিয়া হয়। এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ নাৰায়ণ দেৱনাথ ডাঙৰীয়া , মহাবিদ্যালয়ৰ অধ্যাপক তথা ছাত্ৰ হোষ্টেলৰ তত্বাৱধায়ক ডাঃ লক্ষ্মন কুমাৰ কলিতা ডাঙৰীয়া, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিমন্যু বড়া উপস্থিত থাকে। এই কাৰ্যসূচীত উপস্থিত থাকি বিভিন্ন দিহা পৰামৰ্শ দিয়াৰ লগতে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অধ্যক্ষ ডাঃ নাৰায়ণ দেৱনাথ ডাঙৰীয়া আৰু অধ্যাপক তথা ছাত্ৰ হোষ্টেলৰ তত্বাৱধায়ক ডাঃ লক্ষ্মন কুমাৰ কলিতা ডাঙৰীয়াক ছাত্র একতা সভাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Himanta Biswa Sarma Sarbananda Sonowal Keshab Mahanta কেশৱ মহন্ত Ajanta Neog Topon Kumar Gogoi Kamakhya Prasad Tasa Hitendra Nath Goswami Rupjyoti Kurmi Dr. M S Lakshmi Priya, IAS National Health Mission,Assam CMO Assam
21/09/2022
আজি ডাঃ জীৱকান্ত শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিমন্যু বড়াৰ নেতৃত্বত প্ৰথম বৰ্ষৰ ছাত্ৰ ক্ৰমে পৃথ্বি ৰাজ মেধি, সুকান্ত ভট্টাচাৰ্য, লক্ষ্যদীপ দেউৰী, আব্দুজ জাহিদে শ্ৰম দান কাৰ্যসূচী হাতত লয় । এই কাৰ্যসূচীত যোৱা ৩ আগষ্টত "মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ" লগত সংগতি ৰাখি মহাবিদ্যালয়ত ৰোপণ কৰা; গছপুলি সমূহৰ গুৰি অংশ পৰিস্কাৰ কৰা, গছপুলি কেইটাৰ ঘেৰা সমূহ ভাল কৰাৰ লগতে পুলি কেইটাক জৈৱিক সাৰ দিয়া হয় । এই কাৰ্যসূচী মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ নাৰায়ণ দেৱনাথ ডাঙৰীয়াই পৰিদৰ্শন কৰি বিভিন্ন দিহা পৰামৰ্শ দিয়াৰ লগতে সহায়ৰ হাত আগবঢ়ায়। কাৰ্যসূচীত উপস্থিত থাকি উৎসাহ প্ৰদান কৰাৰ বাবে অধ্যক্ষ মহোদয়ক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Himanta Biswa Sarma Sarbananda Sonowal Keshab Mahanta কেশৱ মহন্ত Ajanta Neog Topon Kumar Gogoi Kamakhya Prasad Tasa Hitendra Nath Goswami Rupjyoti Kurmi Dr. M S Lakshmi Priya, IAS National Health Mission,Assam