04/11/2025
লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্মবাৰ্ষিকী উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ
This School is accessible by all weather roads, has good sanitary facilities, average infrastructure and drinking water facility
Gomati Devi Girls' High School situated at the heart of Titabar town imparts quality education to its students coming from the vast arena of Greater Titabar area and beyond.
04/11/2025
লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্মবাৰ্ষিকী উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ
28/05/2025
national (nmms-2024-25) পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰিছিতা কছাৰী আৰু শ্ৰাবনা ৰাখী কছাৰী উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে । অৱতীৰ্ণ হোৱা ১২০০০ শিক্ষাৰ্থীৰ ভিতৰত অকল ২০০০ শিক্ষাৰ্থী এই জলপানিৰ বাবে নিৰ্বাচিত হয়। ৬০০০ শিক্ষাৰ্থী qualified ৰূপে নিৰ্বাচিত হয়। আমাৰ দুয়োগৰাকী ছাত্ৰী ২০০০ নিৰ্বাচিত ছাত্ৰীৰ মাজত আছে। 🎉
18/02/2025
বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী সভাৰ কিছু মূহুৰ্ত....
বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী সভা ........
07/02/2025
বিদ্যালয় বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ দ্বিতীয়টি দিন....
বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভণি.....
06/02/2025
বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভণি.....
26/01/2025
৭৬তম গণৰাজ্য দিৱস উপলক্ষে তিতাবৰ প্ৰশাসনে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ অধীনত "March past" ত দ্বিতীয় স্থান লাভ কৰা বিদ্যালয়ৰ বিজয়ী দলটি.....
26/01/2025
৭৬তম গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ত পতাকা উত্তোলনৰ এক মূহুৰ্ত....
৭৬তম গণৰাজ্য দিৱস উপলক্ষে তিতাবৰ প্ৰশাসনে অনুষ্ঠিত কৰা 'Themed procession' শীৰ্ষক অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে 'জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সজাগতা ' ক বিষয় হিচাপে লৈ কৰা সুন্দৰ প্ৰদৰ্শন...
| Monday | 9am - 2:30pm |
| Tuesday | 9am - 2:30pm |
| Wednesday | 9am - 2:30pm |
| Thursday | 9am - 2:29pm |
| Friday | 9am - 2:30pm |
| Saturday | 9am - 12pm |