01/02/2026
অভিনন্দন তিনিচুকীয়া মহাবিদ্যালয়...!🥳
দুলিয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ২০২৫-২৬ বৰ্ষৰ বিভিন্ন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে সৰ্বমুঠ ১২টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰত্যেকজন অংশগ্ৰহণকাৰীকে মহাবিদ্যালয়ৰ পৰিয়ালে আন্তৰিক অভিনন্দন জনাইছে। আগন্তুক সময়টো এই জয়ৰ ধাৰা যেন অব্যাহত ৰাখে।
জয়তু তিনিচুকীয়া মহাবিদ্যালয়।