শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণ শিশু উন্নয়ন পুঁজি

  • Home
  • India
  • Tinsukia
  • শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণ শিশু উন্নয়ন পুঁজি

শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণ শিশু উন্নয়ন পুঁজি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণ শিশু উন্নয়ন পুঁজি, Childcare service, Rangajan No. 2 Village, Tinsukia.

সকলোকে এই পেইজলৈ স্বাগতম জনাইছো।এই পেইজৰ মূল লক্ষ্য,উদ্দেশ্য হৈছে- অসমৰ ১৪ বছৰৰ অনুৰ্ধ্ব শিশু সকলৰ কল্যাণৰ অৰ্থে কাম কৰা আৰু তেওঁলোকৰ প্ৰতিভা সমূহ বিকাশ ঘটোৱা। সকলোৰে সহযোগিতা কামনাৰে•••
শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণ
সঞ্চালক

27/08/2026

চতুৰ্থ খণ্ড # অহা ২৯ আগষ্ট তাৰিখে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত ডুমডুমা মইনা পাৰিজাতৰ মইনা সকলৰ দ্বাৰা পৰিবেশিত অনুষ্ঠান বাণীবদ্ধ কৰা হ'ব। তদুপলক্ষে মইনা সকলে পৰিবেশন কৰিবলগীয়া সোনোৱাল কছাৰীৰ লেছেৰী নৃত্য অনুশীলন। (কিয়দংশ)

27/08/2026

তৃতীয় খণ্ড # অহা ২৯ আগষ্ট তাৰিখে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত ডুমডুমা মইনা পাৰিজাতৰ মইনা সকলৰ দ্বাৰা পৰিবেশিত অনুষ্ঠান বাণীবদ্ধ কৰা হ'ব। তদুপলক্ষে মইনা সকলৰ দ্বাৰা পৰিবেশন কৰিব লগীয়া সোনোৱাল কছাৰীৰ লেছেৰী নৃত্য অনুশীলন। (কিয়দংশ)

27/08/2026

আজি ২০২৬ চনৰ ২৭ আগষ্ট। আজি দিনটো সকলোৰে বাবে শুভ হওঁক।

26/08/2026

দ্বিতীয় খণ্ড # অহা ২৯ আগষ্ট তাৰিখে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত ডুমডুমা মইনা পাৰিজাতৰ মইনা সকলৰ দ্বাৰা পৰিবেশিত অনুষ্ঠান বাণীবদ্ধ কৰা হ'ব। তাৰ উপলক্ষে সোনোৱাল কছাৰীৰ লেছেৰী নৃত্য অনুশীলনৰ কিয়দংশ।

26/08/2026

প্ৰথম খণ্ড # অহা ২৯ আগষ্ট তাৰিখে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত ডুমডুমা মইনা পাৰিজাতৰ মইনা সকলৰ দ্বাৰা পৰিবেশিত অনুষ্ঠান বাণীবদ্ধ কৰা হ'ব। তাৰ উপলক্ষে ডুমডুমা মইনা পাৰিজাতৰ মইনা সকলৰ সোনোৱাল কছাৰীৰ লেছেৰী নৃত্য অনুশীলনৰ কিয়দংশ।

26/08/2026

অহা ২৯ জুলাই তাৰিখে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত ডুমডুমা মইনা পাৰিজাতৰ মইনা সকলৰ দ্বাৰা পৰিবেশিত অনুষ্ঠান বাণীবদ্ধ কৰা হ'ব। তাৰ উপলক্ষে এই অভাজনৰ ৰচিত আৰু সুৰাৰোপিত এই শিশু সমবেত সংগীতটি অনুশীলন কৰোৱা দৃশ্য।

26/08/2026

আজি ২০২৬ চনৰ ২৬ আগষ্ট। আজি দিনটো সকলোৰে বাবে শুভ হওঁক।

25/08/2026

সংগীতেৰে আমি সমাজ গঢ়িম # Track # শীৰ্ষ গীত # কণ্ঠ - কাকপথাৰ সংগীত আখৰা গৃহৰ ছাত্ৰ -ছাত্ৰী সকল।

24/08/2026

আজি ২০২৬ চনৰ ২৪ আগষ্ট। আজি দিনটো সকলোৰে বাবে শুভ হওঁক।

24/08/2026

সংগীতেৰে আমি সমাজ গঢ়িম # কাকপথাৰ সংগীত আখৰা গৃহৰ শীৰ্ষ গীত # ২০২৬ চন # কণ্ঠ - কাকপথাৰ সংগীত আখৰা গৃহৰ ছাত্ৰ- ছাত্ৰীসকল।

Address

Rangajan No. 2 Village
Tinsukia
786153

Alerts

Be the first to know and let us send you an email when শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণ শিশু উন্নয়ন পুঁজি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share