02/03/2026
মাৰ্ঘেৰিটা সাজু! 🙏
অহা ৮ মাৰ্চত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ উষ্ম আদৰণিৰে স্বাগতম জনাম মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াক।
ৰাইজৰ মৰম, আশীৰ্বাদ আৰু একতাৰ শক্তিৰে এই যাত্ৰা হব ঐতিহাসিক! ✨