Kulen Kalita

Kulen Kalita স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে গণিত আৰু বিজ্ঞানৰ ক্লাছ আকৰ্ষণীয় ৰূপত কেৱল আপোনাৰ বাবে (Happy to teach Maths and science to School students. Thank you)

Please follow for more such classes.

অপেক্ষা @প্ৰতীক্ষা
22/08/2026

অপেক্ষা @প্ৰতীক্ষা

২০ আগষ্ট বিশ্ব মহ দিৱস উপলক্ষে
21/08/2026

২০ আগষ্ট
বিশ্ব মহ দিৱস উপলক্ষে

আজি আমাৰ বাবে এক আনন্দৰ দিন। আমাৰ ল'ৰা সৌম্যদ্বীপে (দলীয় ভাৱে হীয়ান আৰু কুনালৰ সৈতে) অসম জাতীয় বিদ্যালয়, নুনমাটি এ প...
20/08/2026

আজি আমাৰ বাবে এক আনন্দৰ দিন। আমাৰ ল'ৰা সৌম্যদ্বীপে (দলীয় ভাৱে হীয়ান আৰু কুনালৰ সৈতে) অসম জাতীয় বিদ্যালয়, নুনমাটি এ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ মাজত আয়োজন কৰা বিজ্ঞান দিৱসৰ আৰ্হি (model) প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোক সকলোৰে মৰম আৰু শুভেচ্ছাৰ বাবেহে এইখিনি সম্ভৱ হৈছে। অনাগত দিনবোৰতো যাতে এনেদৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব বুলি আশা কৰিলো ।

Organizing an ITBN camp at Bargaon Village under Bargaon AAM AYUSH, Tihu
20/08/2026

Organizing an ITBN camp at Bargaon Village under Bargaon AAM AYUSH, Tihu

Happy 80th Independence day to all my respected Citizens of our beloved Country 🇮🇳 Jai Hind
15/08/2026

Happy 80th Independence day to all my respected Citizens of our beloved Country 🇮🇳 Jai Hind

আমাৰ ল'ৰা সৌম্যদ্বীপৰ আজি জন্মদিন। কেক কটা পৰম্পৰাৰ প্ৰতি অনিহা দেখুওৱাৰ বাবে গাওঁৰে লগৰ ল'ৰা কেইজনমানৰ সৈতে নলবাৰী স্থি...
23/07/2026

আমাৰ ল'ৰা সৌম্যদ্বীপৰ আজি জন্মদিন। কেক কটা পৰম্পৰাৰ প্ৰতি অনিহা দেখুওৱাৰ বাবে গাওঁৰে লগৰ ল'ৰা কেইজনমানৰ সৈতে নলবাৰী স্থিত ষ্টেডিয়াম খনলৈ লৈ যাও। আটায়ে বৰ আনন্দ মনেৰে খেলে। সকলোৱে যেন ল'ৰা জনক ভাল মানুহ হ'বলৈ আশীৰ্বাদ দিয়ে। তাৰেই আশা কৰিলোঁ। ধন্যবাদ 🙏

During a survey for a fever case under Bargaon AAM AYUSH, Tihu FRU.
20/07/2026

During a survey for a fever case under Bargaon AAM AYUSH, Tihu FRU.

মোৰ ল'ৰা আৰু আতিকুৰৰ ছোৱালীয়ে LCB College, Ghy ত অনুষ্ঠিত হোৱা গণিতৰ এখন Seminar ত দুই কলেজীয়া বন্ধু (বজালীয়ান) ক বহু...
18/07/2026

মোৰ ল'ৰা আৰু আতিকুৰৰ ছোৱালীয়ে LCB College, Ghy ত অনুষ্ঠিত হোৱা গণিতৰ এখন Seminar ত দুই কলেজীয়া বন্ধু (বজালীয়ান) ক বহু বছৰৰ পাছত একেখন বেঞ্চত বহাৰ সুযোগ দিলে। বৰ ভাল লাগিল।

ড° তাৰকেশ্বৰ চৌধুৰী ছাৰ, প্ৰাক্তন মুৰব্বী অধ্যাপক, গণিত বিভাগ, কটন কলেজ,অসমৰ এগৰাকী স্বনামধন্য গণিতজ্ঞ, যিগৰাকী ব্যক্তিৰ...
18/07/2026

ড° তাৰকেশ্বৰ চৌধুৰী ছাৰ, প্ৰাক্তন মুৰব্বী অধ্যাপক, গণিত বিভাগ, কটন কলেজ,অসমৰ এগৰাকী স্বনামধন্য গণিতজ্ঞ, যিগৰাকী ব্যক্তিৰ কিতাপ পঢ়িয়েই কলেজৰ বৈতৰণী পাৰ হ'বলৈ সক্ষম হৈছিলো, আজি প্ৰায় ২৮ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ছাৰক লগ পোৱাৰ সৌভাগ্য হ'ল। আমি পিতা পুত্ৰ দুয়ো ছাৰক সেৱা জনাই আশীৰ্বাদ ললো। ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। 🙏

পথাৰ ভাল পোৱা গীত আৰু আমিবোৰ
14/07/2026

পথাৰ ভাল পোৱা গীত আৰু আমিবোৰ

Address

Kshetrapara Road
Tihu
781374

Alerts

Be the first to know and let us send you an email when Kulen Kalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kulen Kalita:

Shortcuts

Share