ABVP Darrang College Unit,Tezpur

ABVP Darrang College Unit,Tezpur অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,দৰং মহাবিদ্যালয় শাখা

🚩🚩
27/08/2025

🚩🚩

দৰং মহাবিদ্যালয়ৰ নৱগঠিতঅখিল ভাৰতীয় বিদ্যার্থী পৰিষদ শাখাৰসভাপতি, সম্পাদিকাৰ লগতে সকলো সদস্যক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
27/08/2025

দৰং মহাবিদ্যালয়ৰ নৱগঠিত
অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ শাখাৰ
সভাপতি, সম্পাদিকাৰ লগতে সকলো সদস্যক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

নতুন দিনৰ নৱ আলোকৰযাত্ৰা পথৰ যুৱক আমি বিজয়ৰ নিচান কঢ়িয়াই আমি জয় গান গাও আহা দেশ মাতৃৰহে নৱাগত তোমালৈ স্বাগতম। তোমাক ...
31/07/2025

নতুন দিনৰ নৱ আলোকৰ

যাত্ৰা পথৰ যুৱক আমি
বিজয়ৰ নিচান কঢ়িয়াই আমি
জয় গান গাও আহা দেশ মাতৃৰ

হে নৱাগত তোমালৈ স্বাগতম। তোমাক আদৰিবলৈ আমাৰ প্ৰাংঙ্গনত।।

বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ দৰং মহাবিদ্যালয় গোটৰ দ্বাৰা অহা কালি অৰ্থাৎ ১ আগষ্ট তাৰিখে কলেজলৈ নতুনকৈ অহা প্ৰত্যেকজন‌ নৱাগত বিদ্যার্থীক স্বাগতম জনোৱাৰ উদ্দেশ্যে ABVP ৰ কার্যকর্তা অপেক্ষাত...

আজি 27/08/2024 তাৰিখে দৰং মহাবিদ্যালয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শাখাৰ এটি সজাঁতি দলে তেজপুৰ পৌৰসভাত  মহাবিদ্যালয় চ...
27/08/2024

আজি 27/08/2024 তাৰিখে দৰং মহাবিদ্যালয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শাখাৰ এটি সজাঁতি দলে তেজপুৰ পৌৰসভাত মহাবিদ্যালয় চৌপাশৰ পৰিৱেশ বিনষ্ট কৰা বিভিন্ন সমস্যা সমূ্হৰ বিষয়ে অৱগত কৰোৱাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যা সমূ্হ যাতে শীঘ্ৰে সমাধান কৰে তাৰ বাবে অনুৰোধ জনাওঁ । তেওঁলোকে আমাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই সমস্যা সমূহ অতি সোনকালে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে।

অসমৰ সমাজ জীৱনত আধ্যাত্মিক-সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰাত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰা, অসমীয়া জাতিৰ ভেটি গঢ়োতা শ্রীশ্রী ম...
24/08/2024

অসমৰ সমাজ জীৱনত আধ্যাত্মিক-সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰাত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰা, অসমীয়া জাতিৰ ভেটি গঢ়োতা শ্রীশ্রী মাধৱদেৱ গুৰুজনাৰ ৪২৮ সংখ্যক পৱিত্ৰ তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকৌটি প্রণিপাত জনাইছোঁ।

ভাতৃ-ভগ্নীৰ অকৃত্ৰিম ভাতৃত্ববোধৰ স্নেহ, শ্ৰদ্ধা আৰু দায়বদ্ধতাৰ পৱিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰক্ষাবন্ধনৰ এই পৱিত্ৰ দিনটোত আজি ...
19/08/2024

ভাতৃ-ভগ্নীৰ অকৃত্ৰিম ভাতৃত্ববোধৰ স্নেহ, শ্ৰদ্ধা আৰু দায়বদ্ধতাৰ পৱিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰক্ষাবন্ধনৰ এই পৱিত্ৰ দিনটোত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ দৰং মহাবিদ্যালয়ৰ শাখা তৰফৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী সকলক ৰাখী পিন্ধোৱা হয়।

On the occasion of World Photography Day ABVP Darrang College unit is organising a Online Photography Competition.Those ...
19/08/2024

On the occasion of World Photography Day ABVP Darrang College unit is organising a Online Photography Competition.Those are interested can submit their entries on the given Gmail on or before 25th August 2024.

19/08/2024


ভাতৃ-ভগ্নীৰ অকৃত্ৰিম ভাতৃত্ববোধৰ স্নেহ, শ্ৰদ্ধা আৰু দায়বদ্ধতাৰ পৱিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰক্ষাবন্ধনৰ এই পৱিত্ৰ দিনটোত সদৌটিলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা ।
আজিৰ এই শুভ দিনত দেশৰ প্ৰতিগৰাকী ভনীৰ জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ সংকল্পবদ্ধ হওঁ আহক।

আজি ১৮/০৮/২০২৪ তাৰিখে দৰং মহাবিদ্যালয়ৰ গোৰ্খা শাখাৰ নতুন কাৰ্যবাহী গোট গঠন কৰা হয়।নিশান্ত চেত্ৰী সভাপতি, আৰু চ'নিয়া দ...
18/08/2024

আজি ১৮/০৮/২০২৪ তাৰিখে দৰং মহাবিদ্যালয়ৰ গোৰ্খা শাখাৰ নতুন কাৰ্যবাহী গোট গঠন কৰা হয়।নিশান্ত চেত্ৰী সভাপতি, আৰু চ'নিয়া দেৱী ক সম্পাদকৰ দায়িত্ব দিয়া হয়। এই শুভ ক্ষণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ দৰং মহাবিদ্যালয়ৰ শাখা তৰফৰ পৰা তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তেজপুৰ চাৰ্চফিল্ডত অনুষ্ঠিত হোৱা পেৰেড প্ৰতিযোগিতাত দৰং মহাবিদ্যালয়ৰ NCC 73 Girls (I) C...
15/08/2024

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তেজপুৰ চাৰ্চফিল্ডত অনুষ্ঠিত হোৱা পেৰেড প্ৰতিযোগিতাত দৰং মহাবিদ্যালয়ৰ NCC 73 Girls (I) COY য়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।লগতে 5 Assam BN NCC য়ে তৃতীয় স্থান লাভ কৰে। এই গৌৰৱময় ক্ষণত NCC 73 Girls (I) COY আৰু 5 Assam BN NCC ৰ প্ৰতি গৰাকী cadets ক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ দৰং মহাবিদ্যালয় শাখা তৰফৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো ।

"শিক্ষাৰ উজ্বল আন্ধাৰ বিনাশী জ্যোতিৰে জ্যোতিস্মান হওক তোমাৰ সপোন আৰু উদ্দেশ্য।"    উত্তৰ পাৰৰ নালণ্ডা খ্যাত দৰং মহাবিদ্য...
01/08/2024

"শিক্ষাৰ উজ্বল আন্ধাৰ বিনাশী জ্যোতিৰে জ্যোতিস্মান হওক তোমাৰ সপোন আৰু উদ্দেশ্য।"
উত্তৰ পাৰৰ নালণ্ডা খ্যাত দৰং মহাবিদ্যালয়লৈ জীৱন গঢ়িব অহা প্ৰতিজন দৰঙীয়ানক আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ দৰং মহাবিদ্যালয়ৰ শাখা তৰফৰ পৰা কলম বিতৰণ কৰি আদৰণি জনোৱা হয়।
বুকুত লৈ অহা সপোন বোৰ পূৰণ হ'ওক সকলোৰে।


ABVP Assam

উওৰ পাৰৰ নালণ্ডা খ্যাত তেজপুৰ নগৰ মাজ মজিয়াত অৱস্থিত দৰং মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱসত সকলোকে শুভেচ্ছা জনালোঁ...
26/07/2024

উওৰ পাৰৰ নালণ্ডা খ্যাত তেজপুৰ নগৰ মাজ মজিয়াত অৱস্থিত দৰং মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱসত সকলোকে শুভেচ্ছা জনালোঁ।
দৰং মহাবিদ্যালয়ৰ গৌৰৱ উজ্জ্বল যাত্ৰা অমৰ হওক।।

Address

Tezpur

Alerts

Be the first to know and let us send you an email when ABVP Darrang College Unit,Tezpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share