Educo- শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক প্রতিষ্ঠান

  • Home
  • India
  • Tezpur
  • Educo- শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক প্রতিষ্ঠান

Educo- শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক প্রতিষ্ঠান It is the fastest growing academic and music institution in Town. What we try is to deliver the best.

Independence Day Celebration at First Steps School, 2024
15/08/2024

Independence Day Celebration at First Steps School, 2024

কালি সন্ধিয়াটো গীটাৰৰ নামত উৎসৰ্গিত আছিল। আমাৰ সংগীত শিক্ষানুষ্ঠান Educo School of Art & musicৰ গীটাৰ শিক্ষাৰ্থীৰ মাজত গ...
24/05/2024

কালি সন্ধিয়াটো গীটাৰৰ নামত উৎসৰ্গিত আছিল। আমাৰ সংগীত শিক্ষানুষ্ঠান Educo School of Art & musicৰ গীটাৰ শিক্ষাৰ্থীৰ মাজত গীটাৰ বাদন (Guitar instrumental)ৰ এক প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। প্রতিযোগিতাখনৰ অভিজ্ঞতাৰ পৰা এটা কথাই ক'ম ল'ৰা- ছোৱালীসকলৰ মাজত সংঘাটিক প্রতিভা আছে। কেৱল বিদ্যালয়ৰ শৈক্ষিক বোজাৰ নামত সেই প্রতিভাবোৰ যাতে নিষ্প্রভ নহয়। বিশেষ ধন্যবাদ@DJ ZUN Manoj Borah দা আৰু ড. প্রণৱ ভূঞা।

12/04/2024

সকলো লৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আজি বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা বিহু উদযাপনৰ কিয়দাংশ।💐🙏

05/04/2024

Aranya is busy finger printing grapes on her first day. ❤️

Beginning of a new academic year 2024-2025. More responsibilities, a lot more to do. Need all your blessings. 🙏💐
05/04/2024

Beginning of a new academic year 2024-2025. More responsibilities, a lot more to do. Need all your blessings. 🙏💐

Some of the participants of the Fancy Dress competition at our school today.
29/11/2023

Some of the participants of the Fancy Dress competition at our school today.

Our students appearing for the piano examination under the prestigious ABRSM, London.
15/11/2023

Our students appearing for the piano examination under the prestigious ABRSM, London.

16/10/2023

'A Jayanta Hazarika Mashup' by the students of Educo School of Art and Music.

কন্ঠ:
আয়ুস্মান বৰা
আলবিৰা আমিন আজমিৰি
জ্ঞানম মহন্ত
দেনিকা‌ গোস্বামী
দ্ৰিচানা গোস্বামী
ৰক্তিম গোস্বামী

Music - Yaan Baruah
Guitar: Ron Xaikia
Keys: Nayan Saikia

Recorded @ Studio Audiomaniac by Yaan Barua
Mixed & Mastered: Hirak Jyoti Nath (Studio Blue Raga)
Cinematography: Rahul Das (FPAS)
Video Directed and Edited by: Yaan Barua
Concept and produced by Ractim Goswami

এই বছৰৰ পৰা 'Parents Orientation Programme' নিয়মীয়াকৈ পাতিবলৈ সিদ্ধান্ত লৈছিলো। ২০২৩- ২৪ বৰ্ষৰ  'Parents Orientation Pro...
13/05/2023

এই বছৰৰ পৰা 'Parents Orientation Programme' নিয়মীয়াকৈ পাতিবলৈ সিদ্ধান্ত লৈছিলো। ২০২৩- ২৪ বৰ্ষৰ 'Parents Orientation Programme' সুকলমে সম্পন্ন হ'ল। ল'ৰা- ছোৱালীৰ শিক্ষাৰ প্রাৰম্ভিক শিক্ষাৰ সময়ত আহিব পৰা সৰু সৰু প্রত্যাহ্বানবোৰ, খাদ্য, মবাইলৰ ব্যৱহাৰ, ঘৰুৱা পৰিবেশ আদি প্রায় কেইবাটাওঁ বিষয় সামৰি লোৱা হৈছিল অভিভাৱকৰে হোৱা এই কথা-বৰ্তাত। এইখিনিতে ক'ব খোজো যে আমি যি কোনো শিক্ষানুষ্ঠানৰ অভিভাৱকৰ সৈতে এনেবোৰ বিষয়ত আলোচনাত মিলিবলৈ আগ্রহী। মই ব্যক্তিগতভাবে ইতিমধ্যোই অসমৰ কিছু বিদ্যালয়ৰ অভিভাৱকৰে ফলপ্রসু আলোচনাত মিলিত হৈছো যদিও অনাগত দিনত মোৰ পত্নীওঁ এই যাত্রাৰ সংগী হ'ব। 🙂

জাতীয় বিদ্যালয়, মেৰাপানী (গোলাঘাট)ত আজি অনুষ্ঠিত প্ৰথম অভিভাৱক সন্মিলনত নিদিষ্ট বক্তা আৰু মুখ্য আলোচক হিচাপে  উপস্থিত ...
13/05/2023

জাতীয় বিদ্যালয়, মেৰাপানী (গোলাঘাট)ত আজি অনুষ্ঠিত প্ৰথম অভিভাৱক সন্মিলনত নিদিষ্ট বক্তা আৰু মুখ্য আলোচক হিচাপে উপস্থিত থাকি 'শিশুৰ সৰ্বাংগীন বিকাশত শিক্ষক আৰু অভিভাৱকৰ ভূমিকা' শীৰ্ষক এটা অতি প্ৰয়োজনীয় বিষয়ত নিজৰ বক্তব্য প্ৰদান কৰাৰ সুযোগ লাভ কৰো। এইটো মোৰ বাবে সঁচাকৈ এক সুখকৰ অভিজ্ঞতা। জাতীয় বিদ্যালয়খনক অঞ্চলটোৰ এখন আদৰ্শ বিদ্যালয় হিচাপে সফলভাবে গঢ়িবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ পৰিচালন সঞ্চালক তথা একালৰ প্ৰয়াত পৰাগ কুমাৰ দাসৰ সতীৰ্থ আৰু 'মাছ'ৰ সম্পাদক ৰূপে থকা পল্লব বৰবৰা তথা তেওঁৰ পত্নী ৰূপা শইকীয়া সচাকৈ প্ৰশংসাৰ পাত্ৰ।

জাতীয় বিদ্যালয়, মেৰাপানী (গোলাঘাট)ত আজি অনুষ্ঠিত প্ৰথম অভিভাৱক সন্মিলনত নিদিষ্ট বক্তা আৰু মুখ্য আলোচক হিচাপে উ...

When children play and do different activities outside, they learn what they're physically capable of, and they develop ...
25/04/2022

When children play and do different activities outside, they learn what they're physically capable of, and they develop the confidence to repeat activities until they become masters.

They are one of us, we are them ❤️
22/04/2022

They are one of us, we are them ❤️

Address

Mazgaon Main Road
Tezpur
784001

Telephone

8486038559

Website

Alerts

Be the first to know and let us send you an email when Educo- শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক প্রতিষ্ঠান posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category