AKB Dishoom vlog's

AKB Dishoom vlog's Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AKB Dishoom vlog's, Tezpur.

Fatichar Hero,Sadri Vlog's, Visit Tourist places, Education, Jollywood, Bollywood,Dance,Singing, Funnny,All India tour,Trip,Treval / Hasna Mana hai ❤️
follow us on akb Dishoom Vlogs
🙏Thanks 🙏

16/11/2025
Happy Birth Anniversary to Tribal National Martyr Bir Bircha Munda and National Tribal Pride Day!
15/11/2025

Happy Birth Anniversary to Tribal National Martyr Bir Bircha Munda and National Tribal Pride Day!

14/11/2025
Birina Resort ECO Camp Manas banarghata Bio National park Jeep Safari
11/11/2025

Birina Resort ECO Camp
Manas banarghata Bio National park Jeep Safari

Birina Resort/Manas National park/Jeep Safari Resort/Manas National park/Jeep Safari ...

কোন সকললোক Original Tribal হয় নে নহয় 15November (জনজাতীয় গৌৰৱ দিৱস)দিনা গম পাম।যিসকল ভুৱা জনজাতীয় লোক আছে তেওঁ লোকে ...
08/11/2025

কোন সকললোক Original Tribal হয় নে নহয় 15November (জনজাতীয় গৌৰৱ দিৱস)দিনা গম পাম।
যিসকল ভুৱা জনজাতীয় লোক আছে তেওঁ লোকে "জনজাতীয় গৌৰৱ দিৱস"পালন নকৰিব আমাৰ ভগৱান বীৰ বীৰছা মুণ্ডাক পুজা নকৰিব।

যিসকল Original Tribal মানুহ তেওঁ লোকে জনজাতীয় গৌৰৱ দিৱস পালন কৰিব আৰু আমাৰ ভগৱান বীৰ বীৰছা মুণ্ডাক পুজা কৰিব।।

জয় আদিবাসী
জয় জহাৰ
জয় বাবা চাহেব
জয় বীৰ বীৰছা মুণ্ডা
জয় ভীম
জয় জনজাতীয় গৌৰৱ দিৱস









ঔপনিৱেশিক ৰেহাই, সামন্তীয় বিতৰ্ক আৰু জনজাতীয় চিকাৰ -- সংবিধান সভাত জয়পাল মুণ্ডা কোনে কি খাৱ?কোনে কি নাখাব ?কত,কোনে কত...
08/11/2025

ঔপনিৱেশিক ৰেহাই, সামন্তীয় বিতৰ্ক আৰু জনজাতীয় চিকাৰ -- সংবিধান সভাত জয়পাল মুণ্ডা

কোনে কি খাৱ?কোনে কি নাখাব ?কত,কোনে কত বসবাস কৰিব নে নকৰে ? কোন সকলে জনজাতিৰ কৰণ মৰ্য্যদা পাব নে নাপাব আমাক শিক্ষা দিয়াৰ দৰকাৰ নাই।।

"সংবিধান সভাত আদিবাসী জনজাতীয় সম্প্ৰদায়ৰ বাবে মাত মতা একমাত্ৰ সদস্য আছিল জয় পাল সিংহ মুণ্ডা। জনজাতীয় আদিবাসী মানব 'জয়পাল সিংহ মুণ্ডা' আছিল আৰু এই কথা সকলোকে জানি লোৱা দৰকাৰ"।
জয়পাল সিংহ মুণ্ডায়ে সংবিধান সভাত জনজাতীয়,আদিবাসী সম্প্ৰদায়ৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে মাত মাতিছিল।তেওঁ যুক্তি দিছিল যে জনজাতীয় সম্প্রদায়ৰ
সামাজিক, অর্থনৈতিক আৰু শৈক্ষিক মানদণ্ড সাধাৰণ জনতাৰ মানদণ্ডলৈ
উন্নীত কৰিবলৈ আইনগত হস্তক্ষেপ অতি প্রয়োজনীয়। তদুপৰি
তেওঁ বিধায়িনী দলত আদিবাসীসকলৰ বাবে সংৰক্ষণ বিচাৰিছিল।
ইয়াৰ উপৰিও তেওঁ ৰাজকীয় ৰাজ্যসমূহক ইয়াৰ সুনিশ্চিততাৰ
বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায়।

কোন জনজাতীয় সদস্যক সংবিধান সভাত অন্তৰ্ভুক্ত কৰা হৈছিল?

অবিভক্ত বিহাৰ-ছোেতানাগপুৰৰ সংবিধান সভাৰ
জনজাতীয় সদস্য জয়পাল সিং মুণ্ডাও একেটা সম্প্রদায়ৰেই আছিল। দেৱেন্দ্ৰ নাথ সামন্ত আৰু বনিফেচ লাকৰা আছিল ওৰাওন
সম্প্ৰদায়ৰ। ৩০০সদস্যৰ ভিতৰত মৰাং গোেমকে আছিল একমাত্র
জনজাতীয় সদস্য যিয়ে আদিবাসীসকলৰ অধিকাৰ আৰু ভাৰতীয়
সংবিধানত অন্তৰ্ভুক্তিৰ বাবে তীব্ৰ পোষকতা কৰিছিল।
জয় আদিবাসী
জয়পাল সিংহ মুণ্ডা
জয় বাবা চাহেব
জয় সংবিধান
জয় বীৰ বীৰছা মুণ্ডা
জয় ভীম










08/11/2025
01/11/2025





Sweta Kurmi

01/11/2025
भारत की प्रथम महिला प्रधानमंत्री भारत रत्न स्व. श्रीमती इंदिरा गांधी जी की पुण्यतिथि पर उन्हें शत शत नमन। देश के प्रति उ...
31/10/2025

भारत की प्रथम महिला प्रधानमंत्री भारत रत्न स्व. श्रीमती इंदिरा गांधी जी की पुण्यतिथि पर उन्हें शत शत नमन।

देश के प्रति उनका समर्पण, दृढ़ नेतृत्व और दूरदर्शी नीतियाँ आज भी हम सभी के लिए प्रेरणास्रोत हैं।


Address

Tezpur
784112

Alerts

Be the first to know and let us send you an email when AKB Dishoom vlog's posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to AKB Dishoom vlog's:

Shortcuts

Share