Brilliant Tutorials TEOK

Brilliant Tutorials TEOK Brilliant Tutorials is an educational institute in Teok region. We provide quality coaching classes to the students of class V to class X.

You can subscribe to our youtube channel 'Brilliant Tutorials Assam' to prepare for various competetive exams.

28/04/2025
26/03/2025

Abacus Mental Mathematics
Learn and Fun Academy, Teok Branch

25/02/2025
সকলোলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ৷
14/02/2025

সকলোলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ৷

গৰমৰ বন্ধত ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা বিনামূলীয়া হাতৰ আখৰ প্ৰশিক্ষণৰ এক দৃশ্য৷
15/07/2024

গৰমৰ বন্ধত ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা বিনামূলীয়া হাতৰ আখৰ প্ৰশিক্ষণৰ এক দৃশ্য৷

 #হাতৰ_আখৰৰ_বিনামূলীয়া_প্ৰশিক্ষণসুন্দৰ হাতৰ আখৰে আপোনাৰ সপোনৰ সুন্দৰতাকে প্ৰতিফলিত কৰে৷ উত্তৰ বহীতে হওক বা দৰ্শাস্ত বা আ...
02/07/2024

#হাতৰ_আখৰৰ_বিনামূলীয়া_প্ৰশিক্ষণ
সুন্দৰ হাতৰ আখৰে আপোনাৰ সপোনৰ সুন্দৰতাকে প্ৰতিফলিত কৰে৷ উত্তৰ বহীতে হওক বা দৰ্শাস্ত বা আন ঠাইতে, সুন্দৰ হাতৰ হাতৰ আখৰ সকলোতে এক যোগাত্মক দিশ৷ সেইবাবেই ছাত্ৰ-ছাত্ৰীৰ হাতৰ আখৰৰ উত্তৰণৰ বাবে Brilliant Tutorials Teok আৰু Learn and Fun Academy, Teok Branchৰ উদ্যোগত ১৫ দিনীয়া হাতৰ আখৰৰ এক কৰ্মশালা আয়োজন কৰা হৈছে৷ সমপূৰ্ণৰূপে বিনামূলীয়া এই কৰ্মশালাত দ্বিতীয়মান শ্ৰেণীৰ পৰা সপ্তমমান শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব৷
প্ৰশিক্ষণৰ স্হানঃ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছ টীয়ক
জ্ঞানপীঠ একাডেমি, টীয়কৰ সমীপত
যোগাযোগ নম্বৰ: 9101332811

05/09/2023

Launching our new batch from 11th September for various Assam Govt's jobs. Limited seats are available. Hurry!!

Brilliant Tutorials is an educational institute in Teok region. We provide quality coaching classes to the students of class V to class X. You can subscribe to our youtube channel 'Brilliant Tutorials Assam' to prepare for various competetive exams.

14/01/2022

ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷

Art by  our students
28/11/2021

Art by our students

Address

Teok

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919101332811

Website

Alerts

Be the first to know and let us send you an email when Brilliant Tutorials TEOK posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Brilliant Tutorials TEOK:

Shortcuts

Share

Category