nirmalthapa7031

nirmalthapa7031 জীয়াই থাকিবলৈ বেছি নালাগে। অলপ উশাহ, অলপ আশা অলপ আত্মাবিশ্বাস। আৰু অলপ কষ্ট।🙏

18/12/2024
20/09/2024

নমস্কাৰ গ্ৰহণ কৰিব সমূহ তেল পানী বামুনীকুৰীয়া অঞ্চলৰ ৰাইজক স্বদ্ধাৰ আপোনালোকক জনাব পাই সুখী হৈছে যে অহা ইং ২৩/৯/২৪ সোমবাৰ ১১বজাৰ পৰা আবেলি ৪বজালৈ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ। দিহিং হোলা শাখা সমিতিৰ সহযোগত আৰু চুতীয়া ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা‌ সমিতিৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেড তৰফৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। গতিকে সকলো ৰাইজক বিনামলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদৰে 🙏

সভাপতি - নিৰ্মল থাপা
সাধাৰণ সম্পাদক - চুৰজ ভুজেল।

"ৰক্তদান হ'ল মহান দান"- আপুনি দান কৰা ৰক্তই সংকটৰ সময়ত আন কাৰোবাক এটা নতুন জীৱন দিব পাৰে৷ সকলোকে মই আহ্বান জনাওঁ যে- আপো...
21/06/2024

"ৰক্তদান হ'ল মহান দান"- আপুনি দান কৰা ৰক্তই সংকটৰ সময়ত আন কাৰোবাক এটা নতুন জীৱন দিব পাৰে৷
সকলোকে মই আহ্বান জনাওঁ যে- আপোনালোকে ৰক্তদান কৰি মানৱীয় দায়ৱদ্ধতা পালন কৰক।

'Raktadaan Mahadaan'. The humane act of donating blood gives new life to those in need. I salute all blood donors & call upon those who are able, to donate blood and serve humanity.

অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংগ্ৰামী বন্ধুসকলৰ লগত।JAI AAI AXOM ✊
13/06/2024

অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংগ্ৰামী বন্ধুসকলৰ লগত।
JAI AAI AXOM ✊

♥️
03/12/2023

♥️

Address

Tengakhat

Telephone

+919365178420

Website

Alerts

Be the first to know and let us send you an email when nirmalthapa7031 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category