পদ্ম কুমাৰী বৰুৱা বালিকা উ : মা: বিদ্যালয়

  • Home
  • পদ্ম কুমাৰী বৰুৱা বালিকা উ : মা: বিদ্যালয়

পদ্ম কুমাৰী বৰুৱা বালিকা উ : মা: বিদ্যালয় An Educational Page

সুখ্যাতিৰে উত্তীৰ্ণ  সকলো শিক্ষাৰ্থীলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ l
28/04/2026

সুখ্যাতিৰে উত্তীৰ্ণ সকলো শিক্ষাৰ্থীলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ l

উৎসৱ বিদ্যাৰম্ভ ২০২৬-২০২৭
01/04/2026

উৎসৱ বিদ্যাৰম্ভ ২০২৬-২০২৭

২০২৬-২৭ বৰ্ষৰ বাবে ষষ্ঠ আৰু নৱম শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 🔶প্ৰৱেশ পৰীক্ষাৰ তাৰিখ - ২৪  মাৰ্চ, ২০২৬ 🔶প্ৰ-পত...
12/03/2026

২০২৬-২৭ বৰ্ষৰ বাবে ষষ্ঠ আৰু নৱম শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
🔶প্ৰৱেশ পৰীক্ষাৰ তাৰিখ - ২৪ মাৰ্চ, ২০২৬
🔶প্ৰ-পত্ৰ সংগ্ৰহৰ দিন- ১৬ মাৰ্চ ৰ পৰা ২০ মাৰ্চ ২০২৬।
ীমিত

13/01/2026

.0

ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয়, নহয় মাথোঁ প্ৰতিযোগিতা। সুন্দৰ আৰু সবল জাতি গঠনত ক্ৰীড়াই সহযোগিতা কৰে। পদ্ম কুমাৰী বৰুৱা...
16/12/2025

ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয়, নহয় মাথোঁ প্ৰতিযোগিতা। সুন্দৰ আৰু সবল জাতি গঠনত ক্ৰীড়াই সহযোগিতা কৰে। পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ-২০২৫ৰ কিছু সময়।

চৰাইদেউ জিলা প্ৰশাসনে আয়োজন  কৰা 79 তম স্বাধীনতা দিৱসৰ পেৰেড অনুষ্ঠানত দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে স্থান অধিকাৰ কৰা পদ্ম...
15/08/2025

চৰাইদেউ জিলা প্ৰশাসনে আয়োজন কৰা 79 তম স্বাধীনতা দিৱসৰ পেৰেড অনুষ্ঠানত দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে স্থান অধিকাৰ কৰা পদ্ম কুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে সোণাৰি সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰাৰ এক স্থিৰচিত্ৰ ।
টিম পিকেবি লৈ শুভেচ্ছা থাকিল ।

07/06/2025

বিদ্যালয়ৰ শিক্ষক অম্লান শৰ্মাৰ গীত পৰিৱেশন ।

2025 বৰ্ষৰ নৱাগত আদৰণি সভাৰ বাতৰি ।
07/06/2025

2025 বৰ্ষৰ নৱাগত আদৰণি সভাৰ বাতৰি ।

Address


Alerts

Be the first to know and let us send you an email when পদ্ম কুমাৰী বৰুৱা বালিকা উ : মা: বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share