13/09/2019
won president post by almost 19000 votes, VP post by 8574 votes, and Joint Secretary post by almost 3000 votes.
NSUI won secretary post by 1053 votes.
3-1 win.
Bharat Mata ki jai.
Akhil Bharatiya Vidyarthi Parishad ABVP works with faith in the collective existence of the educational community, a firm belief
Akhil Bharatiya Vidyarthi Parishad is an all India student organization, working in the field of education with a wider perspective of National Reconstruction.
13/09/2019
won president post by almost 19000 votes, VP post by 8574 votes, and Joint Secretary post by almost 3000 votes.
NSUI won secretary post by 1053 votes.
3-1 win.
Bharat Mata ki jai.
17/11/2018
অসম লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ সকলোকে অভিনন্দন অাৰু অাগন্তুক জীৱনৰ বাবে শুভেচ্ছা জনালো ।
12/11/2018
ঔঁম শান্তি !
ABVP ৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক,দক্ষিণৰ ৰাজনীতিত গেৰুৱা ধ্বজা বহনকাৰী বেংগালুৰু সংসদীয় সমষ্টিৰ 6 বাৰৰ সাংসদ , তথা বিজেপি দলৰ জেষ্ঠ নেতা তথা ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী #অনন্ত_কুমাৰ ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷
11/11/2018
64th National Conference of ABVP.
ABVP National Conference will be held from 27th December to 30th December, 2018 in Sabarmati Riverfront, Krnavati (Ahmedabad), Gujarat.
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, শিৱসাগৰ জিলাৰ উদ্যোগত অহা ৯ জুলাই তাৰিখে শিৱসাগৰ জিলাৰ শিমলুগুৰিত ABVP ৰ প্ৰতিষ্ঠা দিৱসটি সুন্দৰ ভাৱে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।উক্ত দিনটোত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক ভাৱে দূৰ্বল ছাত্ৰ ছাত্ৰী সকলক পাঠ্যক্ৰমৰ পাঠ্য-পুথি যোগান ধৰাৰ সিদ্ধান্ত লোৱা হৈছে । গতিকে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক তলত উল্লেখিত ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো ।যোগাযোগ :-7636810787
9957098233
7035066890
বিদ্ৰ: আৰ্থিক অৱস্থা বুজ লৈ পাঠ্য-পুথি প্ৰদান কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ কমেও 50 শতাংশ হ'ব লাগিব । #কেৱল_HSLC_আৰু_HS_উত্তীৰ্ণ_সকলৰ_বাবেহে