08/01/2025
আজি আমাৰ বিদ্যালয়ত ২০২৫ বৰ্ষৰ গুনোৎসৱ সুকলমে অনুষ্ঠিত হয়। মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ ড° সুজিত ভৰালী ডাঙৰীয়া বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকে। বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভানেত্ৰীৰ লগতে সদস্যসকলো উপস্থিত থাকে।
Today, our school held the 2025 Gunotsav successfully. The honourable external evaluator was Dr. Sujit Bharali, Professor, Moran College. The Hon'ble President of the School Management Committee and members were present
21/12/2024
Tree Plantation🌳 drive has done in our School today
07/10/2024
আজৰি সময়ত আমাৰ বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকল ব্যস্ত ঝুনলা খেলাত......
In their leisure time, the students of our school are busy playing Jhunla......
05/09/2024
আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত সন্মানীয় শিক্ষাগুৰুসকলক ছাত্ৰ - ছাত্ৰীসকলে সম্বৰ্ধনা জ্ঞাপন কৰে ।
Today, on the occasion of Teacher's Day, the students honored the respected teachers in our school.
15/08/2024
আজি আমাৰ বিদ্যালয়ত ৭৮ তম স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় আৰু দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
Today, our school celebrated the 78th Independence Day by hoisting the National Flag and paying tribute to the brave martyrs who sacrificed their lives for the sake of the country.
13/08/2024
আজি ১৩/০৮/২০২৪ তাৰিখে আমাৰ বিদ্যালয়ত 'Har Ghar Tiranga' কাৰ্যসূচী সম্পন্ন কৰাৰ কিছু মূহুৰ্ত।
Some Snapshots of celebrating 'Har Ghar Tiranga' program at our school today
12/08/2024
শিক্ষা সপ্তাহৰ উপলক্ষে সম্প্ৰীতি ভোজন কাৰ্য্যসূচী আজি আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰা হয়
Today, During the SHIKSHA SAPTAH OCCASION, SAMPRITI VHUJON program is held at our school