IQAC, HCDG College

IQAC, HCDG College IQAC, HCDG College

An entrepreneurship awareness program is being organized by the NSS Unit and IQAC of H.C.D.G. College, Nitaipukhuri on M...
25/03/2026

An entrepreneurship awareness program is being organized by the NSS Unit and IQAC of H.C.D.G. College, Nitaipukhuri on March 25, 2026. The program is sponsored by the Ministry of Micro, Small & Medium Enterprises, Govt. of India. It aims to promote entrepreneurship and growth among participants, likely students and local community members. The program has successfully concluded with a fruitful entrepreneurship awareness speech provided by Ankur Saikia,
Project Executive APRINS,
Kabyashree Borthakur, CEO,Khelwa Agro farmer producer company Ltd. and Ankur Jyoti Ozah
District Coordinator,IIE
Project Coordinator,APRINS
Entrepreneur, along with the remarks from The principal, Dr. Birinchi Kumar Borah .

মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী লখিমী মূৰাৰীয়ে  অহা কালিলৈৰ পৰা 20 মাৰ্চ, ২০২৬ লৈকে ভলীবল ফে...
14/03/2026

মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী লখিমী মূৰাৰীয়ে অহা কালিলৈৰ পৰা 20 মাৰ্চ, ২০২৬ লৈকে ভলীবল ফেডাৰেচন অব ইণ্ডিয়াৰ উদ্যোগত উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক য়ুথ নেশ্যনেল ভলীবল চেম্পিয়নশ্বিপৰ অসমক প্ৰতিনিধিত্বকাৰী দলটিৰ এগৰাকী সদস্য হিচাপে অংশগ্ৰহণ কৰিব। লখিমী মূৰাৰীৰ লগতে দলটিলৈ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়, নিতাইপুখুৰীৰ পৰিয়ালবৰ্গই আন্তৰিক শুভেচ্ছা জনাইছে।

১১৷০৩৷২০২৬ তাৰিখে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ প্ৰাক্তন সমন্বয়ক, শিক্ষকগো...
12/03/2026

১১৷০৩৷২০২৬ তাৰিখে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ প্ৰাক্তন সমন্বয়ক, শিক্ষকগোটৰ সভাপতি ড৹ তৰুণ গগৈয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰাত মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই শুভেচ্ছামূলক সম্বৰ্ধনা জ্ঞাপন কৰে । শিক্ষকগোটৰ সম্পাদক ডঃ লীনা দত্তই আঁত ধৰা সভাখনত সম্বৰ্ধিত ব্যক্তি ডঃ তৰুণ গগৈ, অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ বৰা, উপাধ্যক্ষা মানসী গগৈ আৰু জ্যেষ্ঠ কাৰ্যালয় সহায়ক গোপীনাথ চেতিয়াই বক্তব্য ৰাখে ।লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকি ডঃ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে ।

৭ মাৰ্চ,  ২০২৬ তাৰিখে আন্তজাৰ্তিক নাৰী দিৱসৰ প্ৰাক মূহুৰ্তত মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন আৰু উন্নয়ন কোষৰ উদ্যোগত আৰু ডিমৌ...
09/03/2026

৭ মাৰ্চ, ২০২৬ তাৰিখে আন্তজাৰ্তিক নাৰী দিৱসৰ প্ৰাক মূহুৰ্তত মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন আৰু উন্নয়ন কোষৰ উদ্যোগত আৰু ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জোন গাঁও মহিলা সমাজৰ সহযোগত , জোন গাঁও প্ৰাথমিক বিদ্যালয়ত 'মহিলাৰ ৰক্তহীনতা সমস্যা আৰু প্ৰতিকাৰ ' বিষয়ত এটি বক্তৃতানুষ্ঠান আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা কয় । অনুষ্ঠানটিত বক্তা হিচাপে উপস্থিত থাকে ডাঃ প্ৰদীপ বড়া । লগতে ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মোবাইল মেডিকেল ইউনিটৰ উপস্থিতিত মহাবিদ্যালয়ৰ পালিত গাওঁখনৰ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হয় ।

আজি অনুষ্ঠিত হোৱা শিক্ষক গোটৰ এখন বৈঠকত বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক শ্ৰী হৰেন ভৃঞাক অসম কলেজ শিক্ষক সংস্থাৰ  কেন্দ্ৰীয...
04/03/2026

আজি অনুষ্ঠিত হোৱা শিক্ষক গোটৰ এখন বৈঠকত বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক শ্ৰী হৰেন ভৃঞাক অসম কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ সত্যদীপ লহকৰক পিএইচডি ডিগ্ৰী লাভ কৰাৰ বাবে আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয় । সভাখনত সভাপতিত্ব কৰে শিক্ষক গোটৰ সভাপতি ড৹ তৰুণ গগৈয়ে আৰু সভাখনৰ আঁত ধৰে শিক্ষক গোটৰ সম্পাদিকা ড৹ লীনা দত্ত ই । সভাখনত উপাধ্যক্ষা শ্ৰী মানসী গগৈকে প্ৰমুখ্য কৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত আছিল ।

মহাবিদ্যালয়ৰ সাহিত্য গোট (Literary Club) আৰু অসমীয়া বিভাগৰ উদ্যোগত আজি আন্তজাৰ্তিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । অসমী...
21/02/2026

মহাবিদ্যালয়ৰ সাহিত্য গোট (Literary Club) আৰু অসমীয়া বিভাগৰ উদ্যোগত আজি আন্তজাৰ্তিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ডঃ নিভা দাসে আঁত ধৰা সভাখনত অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ বৰাই আন্তজাৰ্তিক মাতৃভাষা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে। দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন অসমীয়া ভাষাত প্ৰকাশিত গ্ৰন্থৰ তালিকা প্ৰস্তুতকৰণ প্ৰতিযোগিতাও অনুষ্ঠিত হৈ যায় ।

Intrductory Session on Free Online Education (Swayam)  #10/02/2026 #Resource Persons: Dr Tarun Gogoi                    ...
10/02/2026

Intrductory Session on Free Online Education (Swayam) #10/02/2026 #
Resource Persons: Dr Tarun Gogoi
Dr Satyadeep Lahkar

Observation of Pariksha Pe Charcha Live Telecast Programme
06/02/2026

Observation of Pariksha Pe Charcha Live Telecast Programme

Address

Nitaipukhuri
Sibsagar
785671

Alerts

Be the first to know and let us send you an email when IQAC, HCDG College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share